ETV Bharat / bharat

প্ৰাক-নিৰ্বাচনী সমীক্ষা সন্দৰ্ভত প্ৰিয়ংকা গান্ধীৰ প্ৰতিক্ৰিয়া - অডিঅ' ৰেকৰ্ডিং

প্ৰিয়ংকা গান্ধীয়ে , বিভিন্ন সংবাদ মাধ্যমৰ প্ৰাক-নিৰ্বাচনী সমীক্ষা সমূহক বিশ্বাস নকৰিবলৈ অনুৰোধ কৰি সোমবাৰে নিজৰ দলৰ কৰ্মী সকললৈ এটা অডিঅ' ৰেকৰ্ডিং প্ৰেৰণ কৰে ৷

প্ৰাক-নিৰ্বাচনী সমীক্ষাকলৈ প্ৰিয়ংকা গান্ধীৰ প্ৰতিক্ৰিয়া
author img

By

Published : May 21, 2019, 8:36 AM IST

নিউজ ডেস্ক , 21 মে': বিভিন্ন সংবাদ মাধ্যমৰ , প্ৰাক-নিৰ্বাচনী সমীক্ষাত বিজেপি-এনডিএৰ মহাগঠবন্ধনে একক সংখ্যা গৰিষ্ঠতাত জয়ী হ'ব বুলি প্ৰকাশিত হৈছে ৷ এই 'EXIT POLL' সন্দৰ্ভত উত্তৰ প্ৰদেশ পূবৰ, কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

প্ৰিয়ংকা গান্ধীয়ে , বিভিন্ন সংবাদ মাধ্যমৰ প্ৰাক-নিৰ্বাচনী সমীক্ষাক সমূহক বিশ্বাস নকৰিবলৈ অনুৰোধ কৰি সোমবাৰে নিজৰ দলৰ কৰ্মী সকললৈ এটা অডিঅ' ৰেকৰ্ডিং প্ৰেৰণ কৰে ৷ এই প্ৰাক-নিৰ্বাচনী সমীক্ষা সমূহ মাথো তেওঁলোকৰ মনোবল ভাঙিবলৈ প্ৰকাশ কৰা হৈছে বুলি প্ৰিয়ংকা গান্ধীয়ে নিজৰ 'অডিঅ' ক্লিপটোত উল্লেখ কৰে ৷ লগতে তেওঁ কংগ্ৰছ কৰ্মী সকলক , ষ্ট্ৰং ৰুম আৰু ভোট গণনা কেন্দ্ৰ সমূহৰ প্ৰতি সতৰ্ক থাকিবলৈও আহ্বান জনায় ৷ ইয়াৰোপৰিও তেওঁলোকে কৰা কষ্টৰ ভাল ফলাফল পাব বুলি আশাবাদী প্ৰিয়ংকা গান্ধী ৷ উল্লেখ্য যে বিভিন্ন সংবাদ মাধ্যমৰ প্ৰাক-নিৰ্বাচনী সমীক্ষা সমূহত বিজেপি-এনডিএৰ মহাগঠবন্ধনে পুনৰ ক্ষমতা দখল কৰিব বুলি প্ৰকাশ কৰা হৈছিল৷ লোকসভা নিৰ্বাচন 2019ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া 7 টা পৰ্যায়ত , 11 এপ্ৰিলৰ পৰা আৰম্ভ হৈ 19 মে'ত সামৰণি পৰিছিল ৷ আগন্তুক 23 মে'ত লোকসভা নিৰ্বাচন 2019ৰ ফলাফল ঘোষনা কৰা হ'ব ৷

Priyanka urges party workers not to believe in exit polls

প্ৰাক-নিৰ্বাচনী সমীক্ষাকলৈ প্ৰিয়ংকা গান্ধীৰ প্ৰতিক্ৰিয়া

প্ৰিয়ংকা গান্ধীয়ে , বিভিন্ন সংবাদ মাধ্যমৰ প্ৰাক-নিৰ্বাচনী সমীক্ষাক সমূহক বিশ্বাস নকৰিবলৈ অনুৰোধ কৰি সোমবাৰে নিজৰ দলৰ কৰ্মী সকললৈ এটা অডিঅ' ৰেকৰ্ডিং প্ৰেৰণ কৰে ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.