নেশ্যনেল ডেস্ক, ২৭ অক্টোবৰ: উত্তৰ প্ৰদেশ চৰকাৰলৈ লক্ষ্য কৰি কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ তীব্ৰ বাক্যবাণ। আকাশলংঘী মূল্যবৃদ্ধিক লৈ মঙলবাৰে প্ৰিয়ংকাই কয় যে, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে মিছা প্ৰচাৰত কোটি কোটি টকা ব্যয় কৰিছে, কিন্তু ৰাইজৰ সমস্যা সন্দৰ্ভত মৌন হৈ আছে।
-
पूरे उप्र में त्यौहारों के मौसम में महंगाई आम लोगों पर कहर बनकर टूट पड़ी है। सब्जियों के दाम आसमान छू रहे हैं। काम धंधे पहले से ठप्प पड़े हैं।
— Priyanka Gandhi Vadra (@priyankagandhi) October 27, 2020 " class="align-text-top noRightClick twitterSection" data="
लेकिन करोड़ों रुपए झूठे प्रचार में खर्च करने वाली भाजपा सरकार जनता की परेशानियों पर चुप है। pic.twitter.com/dRgpXS65U5
">पूरे उप्र में त्यौहारों के मौसम में महंगाई आम लोगों पर कहर बनकर टूट पड़ी है। सब्जियों के दाम आसमान छू रहे हैं। काम धंधे पहले से ठप्प पड़े हैं।
— Priyanka Gandhi Vadra (@priyankagandhi) October 27, 2020
लेकिन करोड़ों रुपए झूठे प्रचार में खर्च करने वाली भाजपा सरकार जनता की परेशानियों पर चुप है। pic.twitter.com/dRgpXS65U5पूरे उप्र में त्यौहारों के मौसम में महंगाई आम लोगों पर कहर बनकर टूट पड़ी है। सब्जियों के दाम आसमान छू रहे हैं। काम धंधे पहले से ठप्प पड़े हैं।
— Priyanka Gandhi Vadra (@priyankagandhi) October 27, 2020
लेकिन करोड़ों रुपए झूठे प्रचार में खर्च करने वाली भाजपा सरकार जनता की परेशानियों पर चुप है। pic.twitter.com/dRgpXS65U5
লগতে তেওঁ কয় যে, উত্তৰ প্ৰদেশত উছৱৰ বতৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্দ্ধিত মূল্যই সৰ্বসাধাৰণৰ মূৰত ৰাম টাঙোন সোধাইছে। শাক-পাচলিৰ আকাশলংঘী মূল্যবৃদ্ধিয়েও হাৰাশাস্তি ভোগাইছে। টুইটযোগে উত্তৰ প্ৰদেশক চৰকাৰৰ যোগান বিভাগৰ শাক-পাচলিৰ মূল্যবৃদ্ধিত নিয়ন্ত্ৰণ নথকাক লৈ সমালোচনা কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।
আনহাতে, মিছা প্ৰচাৰত কোটি কোটি টকা খৰচ কৰা বি জে পি চৰকাৰে ৰাইজৰ এই সমস্যাৰ বিষয়ে অৱগত হোৱাৰ পিছতে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন কৰে কংগ্ৰেছৰ মহাসচিবগৰাকীয়ে। লক্ষ্ণৌত শাক-পাচলিৰ বৰ্দ্ধিত মূল্য়ক লৈও কটাক্ষ কৰে।
লগতে পঢ়ক:স্থলসেনাৰ পদাতিক বাহিনী দিৱসত ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকত শ্বহীদক সোঁৱৰণ