ETV Bharat / bharat

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰিব অ'ল ইণ্ডিয়া প্ৰিজাইডিং অফিচাৰ শীৰ্ষক সন্মিলনখনৰ - আঠটা অনুসূচী

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে গুজৰাটৰ কেভাদিয়া ভ্ৰমণ কৰি ৮০তম অ'ল ইণ্ডিয়া প্ৰিজাইডিং অফিচাৰ শীৰ্ষক সন্মিলনখন উদ্বোধন কৰিব । সংবিধান দিৱস উদযাপনৰ বাবে দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে ৷

President to inaugurate 80th All India Presiding Officers' Conference at Kevadia
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে কেভাদিয়াত অ'ল ইণ্ডিয়া প্ৰিচিডিং অফিচাৰ শীৰ্ষক সন্মিলনখন উদ্বোধন কৰিব
author img

By

Published : Nov 24, 2020, 10:10 PM IST

নতুন দিল্লী, 24 নৱেম্বৰ: ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে বুধবাৰে গুজৰাটৰ কেভাদিয়া ভ্ৰমণ কৰি ৮০তম অ'ল ইণ্ডিয়া প্ৰিজাইডিং অফিচাৰ শীৰ্ষক সন্মিলনখন উদ্বোধন কৰিব। সংবিধান দিৱস উদযাপনৰ বাবে লোকসভাত দুদিনীয়া কাৰ্যসূচীৰে এই সন্মিলনৰ আয়োজন কৰা হৈছে । ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ দিনটোতে সংবিধান সভাই ভাৰতীয় সংবিধানখন গ্ৰহণ কৰিছিল ৷

ভাৰতীয় গণতন্ত্ৰৰ ইতিহাসত এক নতুন যুগৰ আৰম্ভণি ৰূপে ১৯৫০ চনৰ ২৬ জানুৱাৰীত সংবিধানখন সমগ্ৰ দেশতে বলবৎ কৰা হৈছিল ৷ পোন প্ৰথম বাৰৰ বাবে 2015 চনত সংবিধান খনৰ প্ৰণেতা তথা ভাৰতৰ প্ৰথম গৰাকী আইন মন্ত্ৰী ভিমৰাও আম্বেদকাৰক শ্ৰদ্ধা জনাবলৈ সংবিধান দিৱস পালন কৰা হয় ৷

উল্লেখ্য যে, ভাৰতৰ সংবিধানখনেই বিশ্বৰ আটাইতকৈ দীৰ্ঘতম লিখিত সংবিধান, যাৰ এটি প্ৰস্তাৱনা, 395 টা অনুচ্ছেদ আৰু আঠটা অনুসূচী আৰু 22 টা খণ্ড আছে ৷

লগতে পঢ়ক:নিৰ্বাচনী মন্ত্ৰণালৈ 120 দিনীয়া ভাৰত ভ্ৰমণসূচীৰে জে পি নাড্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.