ETV Bharat / bharat

গোৱাৰ মুক্তি দিৱসৰ উপলক্ষ্যে শ্বহীদ স্মাৰকত ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি - ৰাষ্ট্ৰপতি ৰামনাথ ক'ভিন্দ

আজাদ মৈদানত শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে মুক্ত দিৱসৰ উপলক্ষে ৰাজ্য চৰকাৰে আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰে ।

গোৱাৰ মুক্তি দিৱসৰ উপলক্ষ্যে শ্বহীদ স্মাৰকত ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধাঞ্জলি
President pays tributes to martyrs on 60th Goa Liberation Day
author img

By

Published : Dec 20, 2020, 11:24 AM IST

পানাজী, ২০ ডিচেম্বৰ: ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে শনিবাৰে গোৱাৰ ৬০ তম মুক্তি দিৱসৰ উপলক্ষ্যে শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনায় । গোৱাৰ ৰাজ্যপাল বি এছ কোশ্বেৰী, মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত সহিতে ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে আজাদ মৈদানত শ্বহীদ স্মাৰক পৰিদৰ্শন কৰাৰ লগতে কৰিলে স্মৃতি তৰ্পণ ।

উল্লেখ্য যে, ১৯৬১ চনৰ ১৯ ডিচেম্বৰত গোৱা মুক্ত হৈছিল পৰ্তুগীজ উপনিৱেশিকতাৰ পৰা । পৰ্তুগীজ উপনিৱেশিকতাৰ পৰা এই উপকূলীয় অঞ্চলটো মুক্ত কৰাৰ বাবে প্ৰাণ আহুতি দিয়া ৪৫০ জন সেনানীৰ স্মৃতিত এই স্মাৰকটি নিৰ্মাণ কৰা হৈছিল । আজাদ মৈদানত শ্বহীদ স্মাৰকত শ্ৰদ্ধাঞ্জলি জনোৱাৰ পাছত ৰাষ্ট্ৰপতিগৰাকীয়ে মুক্ত দিৱসৰ উপলক্ষে ৰাজ্য চৰকাৰে আয়োজন কৰা এক অনুষ্ঠানতো অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক: নিৰ্বাচনমুখী পাঁচ ৰাজ্যলৈ নিৰ্বাচনী আয়োগৰ পৰামৰ্শ জাৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.