ETV Bharat / bharat

ইটোৰ পিছত সিটো গ্ৰীনিজ ৰেকৰ্ড প্ৰয়াগৰাজ কুম্ভমেলা সমিতিৰ

প্ৰয়াগৰাজ কুম্ভমেলা ২০১৯ ৰ আয়োজক তথা স্বেচ্চাসেৱক সকলৰ প্ৰচেষ্টাত তৃতীয়টো গ্ৰীনিজ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে মেলা সমিতিয়ে । শনিবাৰে "সম্পূৰ্ণ অনাময় কৰ্ম"ৰ অভিলেখ গঢ়িলে কুম্ভমেলা সমিতিয়ে ।

author img

By

Published : Mar 4, 2019, 11:47 PM IST

PRAYAGRAJ KUMBH MELA

নিউজ ডেস্ক, ৪ মাৰ্চ: প্ৰয়াগৰাজ কুম্ভমেলা ২০১৯ ৰ আয়োজক তথা স্বেচ্চাসেৱক সকলৰ প্ৰচেষ্টাত তৃতীয়টো গ্ৰীনিজ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে মেলা সমিতিয়ে । শনিবাৰে "সম্পূৰ্ণ অনাময় কৰ্ম"ৰ অভিলেখ গঢ়িলে কুম্ভমেলা সমিতিয়ে ।

ETV BHARAT
PRAYAGRAJ KUMBH MELA

উল্লেখ্য যে, বিগতসপ্তাহত প্ৰয়াগৰাজ কুম্ভমেলা সমিতিয়ে "সৰ্ববৃহৎ বাছ পেৰেড" আৰু "৮ ঘণ্টাত সৰ্বাধিক হস্ত চিত্ৰশিল্প"ৰ অভিলেখ গঢ়িছে ।

PRAYAGRAJ KUMBH MELA SETS THIRD GUINNESS WORLD RECORD

ইটোৰ পিছত সিটো গ্ৰীনিজ ৰেকৰ্ড প্ৰয়াগৰাজ কুম্ভমেলা সমিতিৰ

নিউজ ডেস্ক, ৪ মাৰ্চ: প্ৰয়াগৰাজ কুম্ভমেলা ২০১৯ ৰ আয়োজক তথা স্বেচ্চাসেৱক সকলৰ প্ৰচেষ্টাত তৃতীয়টো গ্ৰীনিজ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছে মেলা সমিতিয়ে । শনিবাৰে "সম্পূৰ্ণ অনাময় কৰ্ম"ৰ অভিলেখ গঢ়িলে কুম্ভমেলা সমিতিয়ে । 

উল্লেখ্য যে, ইয়াৰ আগৰ সপ্তাহত প্ৰয়াগৰাজ কুম্ভমেলা সমিতিয়ে "সৰ্ববৃহৎ বাছ পেৰেড" আৰু "৮ ঘণ্টাত সৰ্বাধিক হস্ত চিত্ৰশিল্প"ৰ অভিলেখ গঢ়িছে । 
PHOTO.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.