ETV Bharat / bharat

উত্তৰাখণ্ডত ধাৰাষাৰ বৰষুণত উটি গ'ল এটি পথৰ এটি অংশ - উত্তৰাখণ্ডৰ পিথোৰাগড় জিলা

সোমবাৰে উত্তৰাখণ্ড পিথোৰাগড় জিলাত ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বাঢ়নী পানীয়ে উটুৱাই নিয়ে এটি পথ অটা অংশ। যাৰ বাবে ব্যাহত হৈ পৰে যাতায়ত ব্য়ৱস্থা ।

উত্তৰাখণ্ড
উত্তৰাখণ্ড
author img

By

Published : Jul 28, 2020, 6:16 PM IST

নিউজ ডেস্ক, ২৮ জুলাইঃ উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাত সোমবাৰে অহা ধাৰাষাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা বাঢ়নী পানীয়ে ছিঙি নিয়ে এটি পথ । গোছী নৈৰ বাঢ়নী পানীয়ে উটুৱাই নিয়ে পথছোৱা। যাৰ বাবে বন্ধ হৈ পৰে যাতায়ত ব্যৱস্থা । খবৰ অনুসৰি,পিথোৰাগড় আৰু বংগাপানী তহছীলাৰ সংযোগী পথছোৱা উটুৱাই নিয়ে বাঢ়নী পানীয়ে ।

উত্তৰাখণ্ড
উত্তৰাখণ্ডত ধাৰাষাৰ বৰষুণত উটি গ'ল এটি পথৰ এটি অংশ

আনহাতে,সোমবাৰে পিথোৰাগড় দিলাত দুটা ভিন্ন ঠাইত প্ৰৱল বৃষ্টিপাতৰ বাবেই হোৱা ভূমিস্খলৰ বাবেই নিহত হয় তিনিজন ব্যক্তিৰ। বংগাপানীত ভূমিস্খলন হৈ এটি ঘৰ বাগৰি পৰাৰ বাবেই এগৰাকী ৫৫ বছৰীয়া মাতৃ আৰু তেখেতৰ ৩০ বছৰীয়া পুত্ৰৰ মৃত্যু হয় বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে ।

লগতে চাওকঃ গোলাঘাটত কৰ'ণাত আক্ৰান্ত হ'লেই কাৰাবন্দীয়ে আনন্দ কৰে কিয় ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.