ETV Bharat / bharat

নিৰ্বাচনী হিংসা : জম্মু-কাশ্মীৰত দুৰ্বৃত্তই জ্বলালে ভোটগ্ৰহণ কেন্দ্ৰ

জম্মু-কাশ্মীৰত নিৰ্বাচনী হিংসা ৷ অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিলে ভোটগ্ৰহণ কেন্দ্ৰ ৷ কেগামৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হয় এই ঘটনা ৷

author img

By

Published : May 5, 2019, 11:31 AM IST

জম্মু-কাশ্মীৰত জ্বলিল ভোটগ্ৰহণ কেন্দ্ৰ

জম্মু-কাশ্মীৰ, 5 মে' : ভোটগ্ৰহণৰ পূৰ্বে জম্মু-কাশ্মীৰত জ্বলিল ভোটগ্ৰহণ কেন্দ্ৰ ৷ অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিলে ভোটগ্ৰহণ কেন্দ্ৰ ৷ জম্মু-কাশ্মীৰৰ চ'পিয়ান জিলাৰ অন্তৰ্গত কেগামৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হয় এই ঘটনা ৷ ভোটগ্ৰহণ কেন্দ্ৰটোত দুৰ্বৃত্তই অগ্নিসংযোগ কৰি জ্বলাই দিয়াত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় বিদ্যালয়খন ৷

জম্মু-কাশ্মীৰত জ্বলিল ভোটগ্ৰহণ কেন্দ্ৰ

উল্লেখ যে, কাইলৈ অৰ্থাৎ 6 মে' পঞম পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া লোকসভা নিৰ্বাচনত চ'পিয়ান আৰু পুলৱামা জিলাত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ ৷

Intro:Body:

pink

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.