ETV Bharat / bharat

নিৰ্বাচনৰ পূৰ্বে দিল্লীত বৃহৎ পৰিমানৰ ধন জব্দ

সোমবাৰে নিৰীক্ষণকাৰী দলে অৰ্জুন নগৰ অঞ্চলত এগৰাকী ব্যৱসায়ীৰ পৰা 49 লাখ টকা জব্দ কৰে ৷ আয়কৰ বিভাগ আৰু দিল্লী আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

author img

By

Published : Jan 14, 2020, 8:20 AM IST

Delhi
দিল্লী

নেশ্বনেল ডেস্ক, 14 জানুৱাৰীঃ দিল্লী নিৰ্বাচনৰ কিছু দিন পূৰ্বে, সোমবাৰে নিৰীক্ষণকাৰী দলে অৰ্জুন নগৰ অঞ্চলত এগৰাকী ব্যৱসায়ীৰ পৰা 49 লাখ টকা জব্দ কৰে ৷ কৃষ্ণ নগৰ সমষ্টিৰ অন্তৰ্গত অৰ্জুন নগৰ অঞ্চলটোত নিৰীক্ষণকাৰী দলে নিয়মীয়া তালাচী চলাই থকা সময়তে ব্যৱসায়ীজনৰ গাড়ীৰ পৰা ধন সমূহ জব্দ কৰে ৷ জিলা নিৰ্বাচনী বিষয়াই জনোৱা অনুসৰি ব্যৱসায়ীজনে ব্যৱসায়ৰ বাবে 49.16 লাখ টকা লগত ৰাখিছিল বুলি মন্তব্য কৰে ৷ ইপিনে ৰিটাৰ্নিং বিষয়াই এই সন্দৰ্ভত আয়কৰ বিভাগক অৱগত কৰে ৷ সম্প্ৰতি আয়কৰ বিভাগ আৰু দিল্লী আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে ফেব্ৰুৱাৰীৰ 8 তাৰিখে দিল্লী নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ফেব্ৰুৱাৰীৰ 11 তাৰিখে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ৷

নিৰ্বাচনৰ পূৰ্বে দিল্লীত বৃহৎ পৰিমানৰ ধন জব্দ

লগতে পঢ়ক - অসমৰ হৈ ৰূপৰ পদক লাভ কৰিলে হৃদয় হাজৰিকাই

ZCZC
PRI DSB ESPL NAT NRG
.NEWDELHI DES67
DL-POLL-SEIZURE
Poll authorities seize over Rs 49 lakh from bizman in Delhi
         New Delhi, Jan 13 (PTI) Ahead of the Delhi polls, the surveillance team on Monday seized over Rs 49 lakh from a businessman in Arjun Nagar area, officials said.
         The static surveillance team made the seizure during a routine inspection in the area falling in the Krishna Nagar constituency, they said.
         In a statement issued by the Office of the District Election Officer (East), authorities said the businessman claimed that he was "carrying Rs 49.16 lakh cash for a business purpose".
         The vehicle was being driven by the businessman accompanied by his father, which was intercepted in routine checking by the the surveillance team, it stated.
         "The Returning Officer has also informed the Income Tax Department about the seizure of cash. The I-T Department and Delhi Police are taking further steps in this regard," the statement said.
          The Delhi Assembly elections will be held on February 8 and the results will be declared on February 11. PTI KND
KJ
01132228
NNNN
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.