ETV Bharat / bharat

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়তেই নাই আয়কৰৰ তথ্য - PTI

পি টি আয়ে আৰ টি আইৰ জৰিয়তে পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলকে ধৰি পূৰ্বৰ আন সকলো মন্ত্ৰীৰ আয়কৰ ৰিটাৰ্ণ সম্পৰ্কে তথ্য ৰাজহুৱা কৰিবলৈ আবেদন জনোৱাত প্ৰথম অৱস্থাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নৰেন্দ্ৰ মোডীৰ আয়কৰ ৰিফাণ্ড সংক্ৰান্তত কোনো তথ্য দিবলৈ অস্বীকাৰ কৰিছিল ।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নাই গুৰুত্বপূৰ্ণ নথি-পত্ৰ
author img

By

Published : May 29, 2019, 10:16 AM IST

দিল্লী, ২৯ মে': প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত নাই পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলৰ আয়কৰ ৰিফাণ্ডৰ কোনো তথ্য । সংবাদ প্ৰতিষ্ঠান প্ৰেছ ট্ৰাষ্ট অফ ইণ্ডিয়াই দাখিল কৰা এক আৰটিআইৰ উত্তৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা জনোৱা হৈছে এই তথ্য ।

পি টি আয়ে আৰ টি আইৰ জৰিয়তে পূৰ্বৰ প্ৰধানমন্ত্ৰীসকলকে ধৰি পূৰ্বৰ আন সকলো মন্ত্ৰীৰ আয়কৰ ৰিটাৰ্ণ সম্পৰ্কে তথ্য ৰাজহুৱা কৰিবলৈ আবেদন জনোৱাত প্ৰথম অৱস্থাত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা নৰেন্দ্ৰ মোডীৰ আয়কৰ ৰিফাণ্ড সংক্ৰান্তত কোনো তথ্য দিবলৈ অস্বীকাৰ কৰিছিল । এই তথ্যসমূহ একান্ত ব্যক্তিগত বুলি উল্লেখ কৰি তথ্য অধিকাৰ আইনৰ ধাৰা ৮ (১) (j) অনুযায়ী এই তথ্যসমূহ ৰাজহুৱা কৰাটো নিষেধ বুলি জনাইছিল প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.