ETV Bharat / bharat

অসমাৰিক বিমান পৰিবহন খণ্ডক অধিক দক্ষ কৰিবলৈ পৰ্যালোচনা মোডীৰ - চিভিল এভিয়েচন চেক্টৰ

ভাৰতৰ চিভিল এভিয়েচন তথা নাগৰিক বিমান চলাচলক অধিক দক্ষতাপূৰ্ণ কৰিব পৰাকৈ ভাৰতীয় বিমান ব্যৱস্থা সমূহক সেই অনুসৰি কাৰ্যকৰী কৰাৰ নিৰ্দেশ প্ৰদান প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ।

PM reviews strategies for making India's civil aviation sector more efficient

author img

By

Published : May 2, 2020, 2:13 PM IST

নিউজ ডেস্ক, ২ মে': শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত ভাৰতীয় বিমান সেৱাৰ ওপৰত অনুষ্ঠিত কৰা হয় এক বৈঠক । য'ত ভাৰতীয় বিমান সেৱাক নাগৰিক বিমান চলাচলৰ ক্ষেত্ৰত অধিক দক্ষতা বৃদ্ধি কৰাৰ পৰাৰ্মশ দিয়া হয় । বিমান পৰিচালনাৰ ক্ষেত্ৰত এনেদৰে কাৰ্যকৰী কৰাৰ পৰামৰ্শ দিয়া হৈছে যাৰ দ্বাৰা ভ্ৰমণকাৰীৰ বাবে বিমানৰ সময়ৰ হ্ৰাস হোৱাৰ লগতে এয়াৰ লাইন্সৰ খৰচো যথেষ্ট কম কৰিব পৰা যায় ।

অৱশ্যে এইটো সামৰিক বিষয় বিভাগৰ সহযোগতে কৰা হ'ব বুলি উল্লেখ কৰা হৈছে বৈঠকত । মেকিং ইণ্ডিয়াৰ অধীনত নাগৰিক বিমান চলাচলক অধিক দক্ষতাপূৰ্ণ কৰাৰ স্বাৰ্থতেই এই বৈঠকত পৰিকল্পনা সমূহৰ পৰ্যলোচনা কৰা হয় ।

অধিক ৰাজহ উৎপন্ন কৰাৰ লগে-লগে বিমানবন্দৰ সমূহত অধিক দক্ষতা আনিবলৈ নাগৰিক বিমান মন্ত্ৰণালয়ক তিনি মাহৰ ভিতৰত নিবিদা প্ৰক্ৰিয়া আৰম্ভ কৰি পিপিপি আধাৰত নতুনকৈ ছয়খন বিমান বন্দৰ হস্তান্তৰ কৰাৰ প্ৰক্ৰিয়াটো তৰান্বিত কৰাৰো নিৰ্দেশ দিয়া হৈছে এই বৈঠকত ।

নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে বিত্তীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ, নাগৰিক বিমান চালনাৰ মন্ত্ৰী হাৰদ্বীপ সিং পুৰীকে ধৰি বহু বিষয়া উপস্থিত থাকে ।

কৰ'ণা ভাইৰাছৰ ফলত আটাইতকৈ বেছি প্ৰভাৱিত হোৱা এটা চেক্টৰৰ ভিতৰত অন্য়তম হৈছে চিভিল এভিয়েচন তথা নাগৰিক বিমানচালনা ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.