নিউজ ডেস্ক, 2 মাৰ্চঃ ছ'চিয়েল মিডিয়া পৰা বিৰত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ৷ সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী গৰাকীয়ে এক টুইটাৰযোগে সদৰী কৰিলে এই কথা ৷ মোডীয়ে টুইটযোগে কয়, "মই ভাবিছো আগন্তুক দেওবাৰৰ পৰা ফেচবুক,টুইটাৰ,ইষ্ট্ৰাগ্ৰাম,ইউটিউবসহ ছ'চিয়েল মিডিয়াৰ সকলো মাধ্যমৰ একাউণ্টৰ পৰা বিৰত থাকিম ৷ কিন্তু তাৰ পিচতো মোৰ ফালৰ পৰা আপোনালোকক সকলো তথ্য দি থাকিম ৷ উল্লেখ্য যে,প্ৰধানমন্ত্ৰী গৰাকীৰ টুইটাৰ একাউণ্টত 53.3 মিলিয়ন অনুৰাগী,ফেচবুকত 44 মিলিয়ন অনুৰাগী আৰু ইষ্ট্ৰাগ্ৰামত 35.2 মিলিয়ন অনুৰাগী আছে ৷
আনহাতে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ছ'চিয়েল মিডিয়া ত্যাগ কৰিব বুলি কৰা টুইটাৰত বৰ্তমান পৰ্যন্ত 5.3 মিলিয়ন লোকে ৰিটুইট কৰাৰ উপৰিও 16,000 হাজাৰ টুইটাৰ ব্যৱহাৰকাৰীয়ে পচন্দ কৰে ৷
-
This Sunday, thinking of giving up my social media accounts on Facebook, Twitter, Instagram & YouTube. Will keep you all posted.
— Narendra Modi (@narendramodi) March 2, 2020 " class="align-text-top noRightClick twitterSection" data="
">This Sunday, thinking of giving up my social media accounts on Facebook, Twitter, Instagram & YouTube. Will keep you all posted.
— Narendra Modi (@narendramodi) March 2, 2020This Sunday, thinking of giving up my social media accounts on Facebook, Twitter, Instagram & YouTube. Will keep you all posted.
— Narendra Modi (@narendramodi) March 2, 2020
আৰু পঢ়কঃ দিল্লীৰ ঘটনাত পূৰ্ব পৰিকল্পিত আছিলঃ আছাদুদ্দিন ওৱেইছি