ETV Bharat / bharat

28 জানুৱাৰীত 'বিশ্ব অৰ্থনীতি ফ'ৰাম'ৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী - ভিডি'অ কনফাৰেন্স

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 28 জানুৱাৰীত 'বিশ্ব অৰ্থনীতি ফ'ৰাম'ৰ এখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব ৷ ভিডি'অ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিব আলোচনা চক্ৰত ৷

PM Modi to address World Economic Forum's Davos Dialogue tomorrow
28 জানুৱাৰীত 'বিশ্ব অৰ্থনীতি ফ'ৰাম'ৰ আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী
author img

By

Published : Jan 27, 2021, 10:05 PM IST

নিউজ ডেস্ক, 27 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে 28 জানুৱাৰীত 'বিশ্ব অৰ্থনীতি ফ'ৰাম'ৰ এখন আলোচনা চক্ৰত অংশগ্ৰহণ কৰিব ৷ ভিডি'অ কনফাৰেন্সযোগে প্ৰধানমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিব আলোচনা চক্ৰত ৷

উক্ত আলোচনা চক্ৰত বিশ্বৰ 400 আগশাৰীৰ প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিব ৷ য'ত চতুৰ্থ উদ্যোগিক বিপ্লৱৰ বিষয়ে আলোচনা কৰা হ'ব ৷ লগতে, নতুন তথ্য প্ৰযুক্তি বিদ্যাই কেনেদৰে মানৱ জীৱনৰ বিকাশ সাধন কৰিব পাৰে তাৰ বিষয়েও আলোচনা কৰিব আলোচনা চক্ৰত ৷

লগতে পঢ়ক : দেশৰ পেট্ৰলজাত সামগ্ৰীৰ মূল্য বৃদ্ধি অব্যাহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.