ETV Bharat / bharat

আজি 'মন কী বাত' অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে

প্ৰধানমন্ত্ৰীয়ে দেওবাৰে 'মন কী বাত' কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰক সম্বোধন কৰিব । প্ৰধানমন্ত্ৰীয়ে টুইটযোগে প্ৰকাশ কৰিছে এই কথা ৷

আজি 'মন কী বাত' অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
আজি 'মন কী বাত' অনুষ্ঠানৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
author img

By

Published : Oct 25, 2020, 8:56 AM IST

নিউজ ডেস্ক, 25 অক্টোবৰ : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে 'মন কী বাত' কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰক সম্বোধন কৰিব । শনিবাৰে দিনৰ 11 বজাত দেশবাসীক সম্বোধন কৰাৰ কথা টুইটযোগে প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰীয়ে ৷ উল্লেখ্য যে, পূৰ্বে 10 অক্টোবৰত প্ৰধানমন্ত্ৰী মোদীয়ে 70তম সংস্কৰণ কাৰ্যসূচীৰ জৰিয়তে দেশবাসীক সম্বোধন কৰিছিল ৷

দেওবাৰৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে নাগৰিকে সমাজৰ প্ৰতি কৰা পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিব ৷ 'মন কী বাত' হৈছে প্ৰতি মাহৰ অন্তিম দেওবাৰে ৰেডিঅ' যোগে সম্প্ৰচাৰিত এক ৰেডিঅ' কাৰ্য্যসূচী যাৰ মাধ্যমেৰে প্ৰধানমন্ত্ৰীয়ে দেশবাসীৰ সৈতে বাৰ্তালাপ কৰে ৷

লগতে পঢ়ক : হোজাইত ডাম্পাৰৰ অতপালিক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.