নিউজ ডেস্ক, 15 আগষ্ট : দেশৰ কেতবোৰ স্পৰ্শকাতৰ বিষয়বস্তু সম্পৰ্কত নিৰ্ণায়ক আৰু তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ কাশ্মীৰৰ প্ৰসংগ উল্লেখ কৰি এই মন্তব্য আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ শিশু সুৰক্ষাৰ পৰা চন্দ্ৰযান - 2 ৰ সফল উৎক্ষেপণ, দুৰ্ণীতিৰ পৰা মুছলমান মহিলাৰ নিৰাপত্তা, কাশ্মীৰৰ পৰা কৃষকৰ প্ৰসংগ উত্থাপনেৰে চৰকাৰৰ প্ৰথম 75 দিনৰ কাম কাজৰ খতিয়ন ডাঙি ধৰে প্ৰধামন্ত্ৰীগৰাকীয়ে ৷ বিগত পাচটা বৰ্ষৰ উন্নয়নমূলক কাম কাজে এইবাৰ লোকসভাত সংখ্যাগৰিষ্ঠতা প্ৰদানত সহায় কৰিছে বুলিও তেও মন্তব্য আগবঢ়াই ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ' মেডিকেল ইণ্ডাষ্ট্ৰী পুনৰ গঠনৰ সিন্ধান্তৰ দৰে কিছুমান বিষয় বিতৰ্কমুলক আছিল ৷ যেতিয়া আমি 2014 ত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিছিলো, চিকিৎসা সেৱা ব্যৱস্থাই চিন্তিত কৰি তুলিছিল ৷ ইয়াৰ পূৰ্বে আদালতে এই ব্যৱস্থাক ভ্ৰষ্ট্ৰাচাৰৰ কাৰণ বুলি উল্লেখ কৰিছে ৷ এক পাৰদৰ্শী, সুলভ আৰু সহজলভ্য শিক্ষা প্ৰণালী যাৰ দ্বাৰা জনতাৰ সু-স্বাস্থ্য কামনা কৰা হৈছে ৷
পাচটা বৰ্ষৰ কাম কাজে লোকসভাত সংখ্যাগৰিষ্ঠতা প্ৰদানত সহায় কৰিছে : মোদী - চিকিৎসা
শিশু সুৰক্ষাৰ, চন্দ্ৰযান - 2 ৰ সফল উৎক্ষেপণ, দুৰ্ণীতিৰ, কাশ্মীৰৰ প্ৰসংগ উল্লেখ কৰে মোদীয়ে ৷ 2014 ত চিকিৎসা সেৱা ব্যৱস্থাই চিন্তিত কৰি তুলিছিল চৰকাৰক
নিউজ ডেস্ক, 15 আগষ্ট : দেশৰ কেতবোৰ স্পৰ্শকাতৰ বিষয়বস্তু সম্পৰ্কত নিৰ্ণায়ক আৰু তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷ কাশ্মীৰৰ প্ৰসংগ উল্লেখ কৰি এই মন্তব্য আগবঢ়াই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷ শিশু সুৰক্ষাৰ পৰা চন্দ্ৰযান - 2 ৰ সফল উৎক্ষেপণ, দুৰ্ণীতিৰ পৰা মুছলমান মহিলাৰ নিৰাপত্তা, কাশ্মীৰৰ পৰা কৃষকৰ প্ৰসংগ উত্থাপনেৰে চৰকাৰৰ প্ৰথম 75 দিনৰ কাম কাজৰ খতিয়ন ডাঙি ধৰে প্ৰধামন্ত্ৰীগৰাকীয়ে ৷ বিগত পাচটা বৰ্ষৰ উন্নয়নমূলক কাম কাজে এইবাৰ লোকসভাত সংখ্যাগৰিষ্ঠতা প্ৰদানত সহায় কৰিছে বুলিও তেও মন্তব্য আগবঢ়াই ৷ প্ৰধানমন্ত্ৰী মোদীয়ে কয়, ' মেডিকেল ইণ্ডাষ্ট্ৰী পুনৰ গঠনৰ সিন্ধান্তৰ দৰে কিছুমান বিষয় বিতৰ্কমুলক আছিল ৷ যেতিয়া আমি 2014 ত প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিছিলো, চিকিৎসা সেৱা ব্যৱস্থাই চিন্তিত কৰি তুলিছিল ৷ ইয়াৰ পূৰ্বে আদালতে এই ব্যৱস্থাক ভ্ৰষ্ট্ৰাচাৰৰ কাৰণ বুলি উল্লেখ কৰিছে ৷ এক পাৰদৰ্শী, সুলভ আৰু সহজলভ্য শিক্ষা প্ৰণালী যাৰ দ্বাৰা জনতাৰ সু-স্বাস্থ্য কামনা কৰা হৈছে ৷
MODI
Conclusion: