ETV Bharat / bharat

প্ৰতিষ্ঠা দিৱসত বিএছএফক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ - বিএছএফ

প্ৰতিষ্ঠা দিৱসত দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমাক সুৰক্ষা প্ৰদান কৰা সীমান্ত সুৰক্ষা বাহিনীক শুভেচ্ছা জ্ঞাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । তেওঁলোকক লৈ গৌৰৱো প্ৰকাশ কৰে প্ৰধামন্ত্ৰী গৰাকীয়ে ।

প্ৰতিষ্ঠা দিৱসত বিএছএফক শুভেচ্ছা জ্ঞাপন প্ৰধানমন্ত্ৰীৰ

author img

By

Published : Dec 1, 2020, 12:53 PM IST

নেশ্যনেল ডেস্ক, 1 ডিচেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে সীমান্ত সুৰক্ষা বাহিনীক শুভেচ্ছা প্ৰদান কৰে,যিসকলে দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমাক সুৰক্ষা প্ৰদান কৰে । লগতে তেওঁলোকক লৈ গৌৰৱো প্ৰকাশ কৰে ।

Prime Minister Narendra Modi greeted
Prime Minister Narendra Modi greeted

সীমান্ত সুৰক্ষা বাহিনীয়ে নিজকে এক সাহসী সৈন্য বাহিনীৰ ৰূপত প্ৰতিষ্ঠিত কৰিছে । দেশৰ ৰক্ষা কৰাৰ লগতে তেওঁলোকে প্ৰাকৃতিক দুৰ্যোগৰ সময়ত নাগৰিকক সহায় সহযোগিতা কৰিবলৈ যি প্ৰতিজ্ঞা কৰিছিল তাত দৃঢ় প্ৰতিজ্ঞ আছিল ।

  • Best wishes to all @BSF_India personnel and their families on the special occasion of their Raising Day. BSF has distinguished itself as a valorous force, unwavering in their commitment to protect the nation and assist citizens during natural calamities. India is proud of BSF!

    — Narendra Modi (@narendramodi) December 1, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

1965 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 1 ডিচেম্বৰতে প্ৰতিষ্ঠা লাভ কৰিছিল । যাৰ উদ্দেশ্য আছিল ভাৰতৰ লগতে পাকিস্তানৰ আন্তঃৰাষ্ট্ৰীয় সীমাক সুৰক্ষা প্ৰদান কৰা । পাচলৈ বাংলাদেশৰ সুৰক্ষা প্ৰদান কৰিছিল যেতিয়া দেশখন 1971 চনত স্বতন্ত্ৰ হৈছিল ।

ইয়াৰোপৰি কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ লগতে আন আন প্ৰত্য়াহ্বানৰ সৈতেও যুঁজিবলৈ বিএছএফ সেনাসকলক মোতায়েন কৰা হৈছিল ।

লগতে পঢ়ক: Free Fire খেলঃ মাতৃয়ে ম'বাইল কাঢ়ি নিয়াৰ বাবে আত্মহত্যা কিশোৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.