ETV Bharat / bharat

প্ৰধানমন্ত্ৰী সমগ্ৰ দেশৰ , কেৱল গুজৰাটৰ নহয়! - ধুমুহা বৰষুণ

গুজৰাটৰ ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত লোকলৈ প্ৰধানমন্ত্ৰীৰ সাহাৰ্য্য ঘোষণা । মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ সমালোচনা ।

প্ৰধানমন্ত্ৰী সমগ্ৰ দেশৰ , কেৱল গুজৰাটৰ নহয়!
author img

By

Published : Apr 17, 2019, 12:47 PM IST

Updated : Apr 17, 2019, 1:43 PM IST

নতুন দিল্লী, 17 এপ্ৰিল: গুজৰাটৰ ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত লোকলৈ প্ৰধান মন্ত্ৰীৰ সাহাৰ্য্য ঘোষণা । নিহতৰ পৰিয়াললৈ 2 লাখ টকাৰ সাহাৰ্য্য ।

প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ৰ তৰফৰ পৰা টুইটাৰ যোগে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰী সাহাৰ্য্য কোষৰ পৰা এই সাহাৰ্য্য প্ৰদান কৰা হৈছে । আনহাতে আহতসকললৈ 50,000 টকাৰ এককালীন সাহাৰ্য্য ঘোষণা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

  • An ex- gratia of Rs 2 lakh each for the next of kin of those who lost their lives due to unseasonal rain & storms in MP, Rajasthan, Manipur & various parts of the country has been approved from the PM’s National Relief Fund. Rs 50,000 each for the injured has also been approved.

    — PMO India (@PMOIndia) April 17, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

আনহাতে কেৱল গুজৰাটৰ ধুমুহা বৰষুণত ক্ষতিগ্ৰস্ত লোকক সাহাৰ্য্য প্ৰদান কৰা বিষয়টো সমালোচনা কৰিছে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথে । মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি প্ৰধানমন্ত্ৰীগৰাকী কেৱল গুজৰাটৰ নহয় বৰঞ্চ তেওঁ দেশৰ প্ৰধানমন্ত্ৰী । মধ্যপ্ৰদেশত ধুমুহা বৰষুণত 10 জনতকৈ অধিক লোক নিহত হৈছে । কিন্তু ৰাজ্যখনত বিজেপিৰ চৰকাৰ নথকাৰ বাবেই গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী কমল নাথে ।

  • मोदी जी , आप देश के पीएम ना कि गुजरात के।
    एमपी में भी बेमौसम बारिश व तूफ़ान के कारण आकाशीय बिजली गिरने से 10 से अधिक लोगों की मौत हुई है।लेकिन आपकी संवेदनाएँ सिर्फ़ गुजरात तक सीमित ?
    भले यहाँ आपकी पार्टी की सरकार नहीं है लेकिन लोग यहाँ भी बस्ते है।

    — Office Of Kamal Nath (@OfficeOfKNath) April 17, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখযোগ্য যে , বিধ্বংসী ধুমুহা আৰু প্ৰৱল বৰষুণে গুজৰাট ,মধ্যপ্ৰদেশ , ৰাজস্থানৰ লগতো অসমতো যথেষ্ট ক্ষতিসাধন কৰিছে ৷

PM MODI ANNOUNCES FINANCIAL AID FOR RAIN AND STORM VICTIMS OF GUJRAT , MP CM takes dig
Last Updated : Apr 17, 2019, 1:43 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.