ETV Bharat / bharat

অনুচ্ছেদ 370: ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাক প্ৰত্যাহ্বান উচ্চতম ন্যায়ালয়ৰ অধিবক্তাৰ - ন্যায়িক

চৰ্চালৈ অহা অনুচ্ছেদ 370ক কেন্দ্ৰ কৰি জাৰি কৰা ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাইছে অধিবক্তা এম এল শৰ্মাই ৷ ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই অধিবক্তাগৰাকীয়ে আদালতত দাখিল কৰিছে এক আবেদন ৷

উচ্চতম ন্যায়ালয়
author img

By

Published : Aug 7, 2019, 3:35 PM IST

নিউজ ডেস্ক, 7 আগষ্টঃ কেন্দ্ৰই গ্ৰহণ কৰা সিদ্ধান্তৰ পিচতে অনুচ্ছেদ 370ৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই দেশৰ সৰ্বোচ্চ আদালতত দাখিল হৈছে আবেদন ৷ সোমবাৰে ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাৰ পিচতে কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ 370ৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰি জম্মু-কাশ্মীৰক দুখনকৈ কেন্দ্ৰীয়শাসিত অঞ্চলত ভাগ কৰিছিল ৷ জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়কৰ দ্বাৰা জম্মু-কাশ্মীৰ আৰু লাডাখক পৃথক কৰি বিধানমণ্ডল আৰু বিধানমণ্ডল অবিহনে কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰিছিল ৷

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ লগতে ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল হৈছে এক আবেদন ৷ জম্মু-কাশ্মীৰ বিধানসভাৰ সন্মতি নোলোৱাকৈ ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাৰ ভিত্তিত ঘোষণা কৰা সিদ্ধান্তক "অবৈধ" বুলি অভিযোগ উত্থাপন কৰে অধিবক্তা এম এল শৰ্মাই ৷ অধিবক্তাগৰাকীয়ে ইয়াক অসাংবিধানিক বুলি উল্লেখ কৰি এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ন্যায়িক আৰু সাংবিধানিক কোনো ক্ষমতা নাই বুলিও কয় ৷

Intro:Body:

অনুচ্ছেদ 370ৰ ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাক প্ৰত্যাহ্বানঃ উচ্চতম ন্যায়ালয়ত দাখিল আবেদন 

চৰ্চালৈ অহা অনুচ্ছেদ 370ৰ প্ৰত্যাহাৰ বাবে জাৰী কৰা ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাইছে অধিবক্তা এম এল শৰ্মাই ৷ ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই অধিবক্তাগৰাকীয়ে আদালতত দাখিল কৰিছে এক আবেদন ৷

নিউজ ডেস্ক, 7 আগষ্টঃ কেন্দ্ৰই গ্ৰহন কৰা সিদ্ধান্তৰ পিচতে অনুচ্ছেদ 370ৰ ওপৰত ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই দেশৰ সৰ্বোচ্চ আদালতত দাখিল হৈছে আবেদন ৷ সোমবাৰে ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাৰ পিচতে কেন্দ্ৰীয় চৰকাৰে অনুচ্ছেদ 370ৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰি জম্মু-কাশ্মীৰক দুখনকৈ কেন্দ্ৰীয়শাসিত অঞ্চলত ভাগ কৰিছিল ৷ জম্মু-কাশ্মীৰ (পুনৰগঠন) বিধেয়কৰ দ্বাৰা জম্মু-কাশ্মীৰ আৰু লাডাখক পৃথক কৰি বিধানমণ্ডল আৰু বিধানমণ্ডল অবিহনে কেন্দ্ৰীয়শাসিত অঞ্চল ঘোষণা কৰিছিল ৷ 

কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ লগতে ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাক প্ৰত্যাহ্বান জনাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল হৈছে এক আবেদন ৷ জম্মু-কাশ্মীৰ বিধানসভাৰ সন্মতি নোলোৱাকৈ ৰাষ্ট্ৰপতিৰ নিৰ্দেশনাৰ ভিত্তি ঘোষণা কৰা সিদ্ধান্তক "অবৈধ" বুলি কয়  অধিবক্তা এম এল শৰ্মাই ৷ অধিবক্তাগৰাকীয়ে ইয়াক অসাংবিধানিক বুলি উল্লেখ কৰি এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ ন্যায়িক আৰু সাংবিধানিক কোনো ক্ষমতা নাই বুলিও কয় ৷ 

Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.