ETV Bharat / bharat

মাংগালুৰুৰ এগৰাকী পৰিৱেশবিদে কাঠেৰে নিৰ্মাণ কৰি উলিয়াইছে ব্ৰাচ

মাংগালুৰুৰ এগৰাকী পৰিৱেশবিদ আৰু শিল্পী নিতিন ভাসে বিচাৰি উলিয়াইছে প্লাষ্টিকৰ এক বিকল্প ব্যৱস্থা ৷ চেগুন গছৰ বাকলিৰে সাজি উলিয়াইছে কাঠৰ ব্ৰাচ ৷

মাংগালুৰুৰ এগৰাকী পৰিবেশবিদ
মাংগালুৰুৰ এগৰাকী পৰিবেশবিদ
author img

By

Published : Jan 25, 2020, 6:51 PM IST

নিউজ ডেস্ক, 25 জানুৱাৰীঃ প্লাষ্টিকৰ ভয়াৱহতাই বৰ্তমান সমগ্ৰ পৃথিৱীকে প্ৰভাৱিত কৰিছে ৷ যাৰ পৰা উদ্ধাৰ পাবলৈ বিশ্বজুৰি জনতাই বিভিন্ন পদক্ষেপ হাতত লৈছে ৷

মাংগালুৰুৰ এগৰাকী পৰিৱেশবিদ আৰু শিল্পী নিতিন ভাসে প্লাষ্টিকৰ সলনি আমি আমাৰ জীৱনত প্ৰতিদিনে ব্যৱহাৰ কৰিব পৰা কোনো বিকল্প সামগ্ৰী উৎপাদনৰ পদক্ষেপ গ্ৰহণ কৰে ৷ আমাৰ জীৱনৰ প্ৰতিটো দিনতে প্লাষ্টিকৰ বিকল্প বিচৰাটো সম্ভৱ নহয় ৷ প্ৰায় সকলো লোকেই ৰাতিপুৱা প্লাষ্টিকৰ ব্ৰাছ ব্যৱহাৰ কৰে আৰু ভাসে প্লাষ্টিকৰ সলনি কাঠৰ ব্ৰাচ ব্যৱহাৰ কৰে ৷

ভাসে অসমৰ জনজাতীয় লোকসকলৰ বাবে কাম কৰা এটা বেচৰকাৰী সংস্থাৰ সৈতে জড়িত হয় আৰু সেই জনজাতীয় লোকসকল চেগুন গছৰ বাকলিৰে কাঠৰ ব্ৰাচ নিৰ্মাণত দক্ষ, যাৰ পৰা তেওঁ কাঠৰ ব্ৰাচ নিৰ্মাণত দক্ষতা লাভ কৰে ৷

মাংগালুৰুৰ এগৰাকী পৰিৱেশবিদ কাঠেৰে নিৰ্মাণ কৰি উলিয়াইছে ব্ৰাচ

সেই ব্ৰাচ সমূহ চেগুন গছৰ বাকলিৰে নিৰ্মিত হোৱাৰ বিপৰীতে, ব্ৰাছত ব্যৱহাৰ কৰা নোমবোৰ ব্যৱহাৰৰ পিচত নষ্ট হ'ব পৰা নাইলনৰ দ্বাৰা নিৰ্মিত যিবোৰ পৰিৱেশ অনুকুল ৷ ইয়াৰোপৰি তেওঁ কাগজেৰে নিৰ্মাণ কৰি উলিয়াইছে জুলীয়া দ্ৰৱ্য সেৱন কৰা ষ্ট্ৰ' ৷

এই পদক্ষেপ বাস্তৱত এক স্থায়ী আৰু অনাগত ভৱিষ্যতত প্লাষ্টিকৰ ভয়াৱহতাৰ পৰা হাত সৰাৰ এক উল্লেখযোগ্য পদক্ষেপ ৷

লগতে পঢ়ক ঃ কৰ্ণাটকৰ ৰাইশূৰত প্লাষ্টিকৰ বিৰুদ্ধে সজাগতা

Intro:Body:

Headlines: Try this wooden toothbrush and paper made straw by tribals

Today, the plastic menace is affecting the world and to fight with it many initiatives are been taken by people around the world. An environmentalist and artist, Nitin Vas hailing from Mangaluru, has found an alternative to plastic.

As we know that recycling of plastic alone is not sufficient to tackle the plastic menace. The need of the hour is not only to find the alternatives to plastic but also to implement them in our lifestyle.

Mangaluru-based environmentalist and artist Nitin Vas has prepared alternative materials to plastic. He has introduced environment-friendly wooden toothbrushes with the cooperation from tribals.

Vas said, ”Lakhs of people use plastic toothbrushes every day. This is indeed adding to the already alarming plastic menace. With proper care, a natural wooden toothbrush will last as long as any plastic toothbrush. I thought of introducing wooden toothbrushes which do not affect the environment. Similarly, we have introduced straws made from paper.”

This is indeed a notable step to tackle the plastic menace and pave way for a sustainable and plastic-free future.

--------------------------------------------------

Headlines: Try this wooden toothbrush and paper made straw 

The plastic menace today affects entire world and many initiatives are being taken by people around the world to fight this menace. 

A Mangaluru based environmentalist and artist, Nitin Vas has decided to promote an alternative to a plastic material we all of us use everyday morning. 

It is not sufficient to find alternative to plastic we use in day-to-day life but using them diligently makes all the difference. Almost everyone use a plastic brush daily morning and Vas has come up with a wooden brush in place of plastic. 

Vas stumbled upon an NGO working among the tribals in Assam and these tribals have mastered the art of making wooden brushes from the barks of teakwood. The bristles are degradable nylon material which is environmental friendly. 

"The brush is made of teak wood bark while the bristle is made of degradable nylon making this brush completely environmental friendly", the environmentalist said. 

"Lakhs of people use plastic toothbrushes every day. This is indeed adding to the already alarming plastic menace. With proper care, a natural wooden toothbrush will last as long as any plastic toothbrush", he said. 

Vas is also promoting straws made of paper in place plastic ones. "These paper straws are as good as plastic ones. They withstand even if they are soaked in water for 30 minutes and they can be discarded to decay in nature", he reasoned. 

This is indeed a notable step to tackle the plastic menace and pave way for a sustainable and plastic-free future.

--------------------------------------

The plastic menace today affects entire world and many initiatives are being taken by people around the world to fight this menace. 

A Mangaluru based environmentalist and artist, Nitin Vas has decided to promote an alternative to a plastic material we all of us use everyday morning. 

GFX: Nitin Vas has decided to promote an alternative to a daily use plastic material 

Almost everyone use a plastic brush daily morning and Vas has come up with a wooden brush in place of plastic. 

GFX:Vas has come up with a wooden brush in place of plastic

Vas stumbled upon an NGO working among the tribals in Assam and these tribals have mastered the art of making wooden brushes from the barks of teakwood.

BYTE of Nitin Vas, Environmentalist and artist   00:14-1:06

GFX: Tribals have mastered the art of making wooden brushes from the barks of teakwood

The brush is made of teak wood bark while the bristle is made of degradable nylon making this brush completely environmental friendly.

GFX: Brush is completely eco-friendly as it is made of teak wood bark and bristle is made of degradable nylon

Vas is also promoting straws made of paper in place plastic ones. 

This is indeed a notable step to tackle the plastic menace and pave way for a sustainable and plastic-free future.

an ETV Bharat report

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.