নিউজ ডেস্ক,১৩জুনঃ কৰ্ণাটকৰ এজন ৫০ বছৰীয়া ব্যক্তি হোছাপা গুনিৰ কিডনি বিকল হৈ মৃত্যু হৈছিল যদিও গাওঁবাসীয়ে ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছিল । পিছত স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ মৃতদেহৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষা কৰাত ফলাফল নিগেটিভ অহাতহে গাওঁবাসীয়ে স্বস্তিৰ নিশ্বাস লয় । ইপিনে অন্তিম সংস্কাৰত পঞ্চায়ত সভাপতি, গাওঁ সভাপতি আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ পি পি কিট পৰিধান কৰি অন্তিম সংস্কাৰ সম্পন্ন কৰে । সামাজিক দূৰত্ব বজাই ৰাখি গাওঁবাসীও অন্তিম সংস্কাৰক উপস্থিত থাকে ।
কোভিড-১৯ পৰীক্ষা কৰি মৃতদেহ পৰিয়ালক অৰ্পণ স্বাস্থ্য বিভাগৰ - কোভিড ১৯
কৰ্ণাটকৰ হাভেৰিত এজন ব্যক্তিৰ কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহত আতংকিত হৈ পৰিছে গাওঁবাসী । মৃতদেহৰ কোভিড-১৯ পৰীক্ষা কৰাত ফলাফল নেগেটিভ অহাত স্বস্তিৰ নিশ্বাস পেলাইছে গাওঁবাসীয়ে ।