ETV Bharat / bharat

কোভিড-১৯ পৰীক্ষা কৰি মৃতদেহ পৰিয়ালক অৰ্পণ স্বাস্থ্য বিভাগৰ

author img

By

Published : Jun 13, 2020, 12:26 PM IST

কৰ্ণাটকৰ হাভেৰিত এজন ব্যক্তিৰ কোভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সন্দেহত আতংকিত হৈ পৰিছে গাওঁবাসী । মৃতদেহৰ কোভিড-১৯ পৰীক্ষা কৰাত ফলাফল নেগেটিভ অহাত স্বস্তিৰ নিশ্বাস পেলাইছে গাওঁবাসীয়ে ।

কনাটকত এজন ব্যক্তিৰ মৃতদেহ  কোভিড ১৯ পৰীক্ষা কৰি পৰিয়ালক অপণ স্বাস্হ্য বিভাগৰ

নিউজ ডেস্ক,১৩জুনঃ কৰ্ণাটকৰ এজন ৫০ বছৰীয়া ব্যক্তি হোছাপা গুনিৰ কিডনি বিকল হৈ মৃত্যু হৈছিল যদিও গাওঁবাসীয়ে ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰা ঘটনাই অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছিল । পিছত স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ মৃতদেহৰ স্বাৱ সংগ্ৰহ কৰি পৰীক্ষা কৰাত ফলাফল নিগেটিভ অহাতহে গাওঁবাসীয়ে স্বস্তিৰ নিশ্বাস লয় । ইপিনে অন্তিম সংস্কাৰত পঞ্চায়ত সভাপতি, গাওঁ সভাপতি আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ পি পি কিট পৰিধান কৰি অন্তিম সংস্কাৰ সম্পন্ন কৰে । সামাজিক দূৰত্ব বজাই ৰাখি গাওঁবাসীও অন্তিম সংস্কাৰক উপস্থিত থাকে ।

কোভিড-১৯ পৰীক্ষা কৰি মৃতদেহ পৰিয়ালক অৰ্পণ স্বাস্থ্য বিভাগৰ

লগতে পঢকঃ লকডাউনৰ মাজতে পৰীক্ষা পাতি বিপদত এখন কলেজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.