ETV Bharat / bharat

CBIয়ে গ্ৰেপ্তাৰ কৰিলে পি.চিদাম্বৰমক - চি বি আই

চমন জাৰি কৰাৰ 27 ঘন্টাৰ পিছত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিলে পি.চিদাম্বৰমক ৷ INX Media কেলেংকাৰীত অভিযুক্ত আছিল চিদাম্বৰম ৷ চি বি আইৰ মুখ্যকাৰ্যালয়লৈ লৈ যোৱা হৈছে প্ৰাক্তন বিত্তমন্ত্ৰী গৰাকীক ৷

গ্ৰেপ্তাৰ হ’ল পি.চিদাম্বৰম
author img

By

Published : Aug 21, 2019, 10:15 PM IST

Updated : Aug 21, 2019, 11:55 PM IST

নেশ্বনেল ডেক্সঃ চমন জাৰি কৰাৰ 27 ঘন্টাৰ পিছত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিলে পি.চিদাম্বৰমক ৷ INX Media কেলেংকাৰীত অভিযুক্ত আছিল তেওঁ ৷ চি বি আই মুখ্যকাৰ্য্যালয়লৈ লৈ যোৱা হৈছে চিদাম্বৰমক ৷

গ্ৰেপ্তাৰ হ’ল পি.চিদাম্বৰম

উল্লেখযোগ্য যে, INX Media গোচৰ সন্দৰ্ভত কিছু সময় পূৰ্বে সংবাদমেল যোগে মুখ খুলিছিল প্ৰাক্তন বিত্ত মন্ত্ৰী পি.চিদাম্বৰমে ৷ আত্মপক্ষৰ সমৰ্থনত সংবাদমেল যোগে ই ডি আৰু চি বি আইয়ে তেওঁ আৰু তেওঁৰ পৰিয়ালৰ লোকক অভিযুক্ত কৰি কোনো চাৰ্জশ্বিট দাখিল কৰা নাই বুলি মন্তব্য কৰিছিল চিদাম্বৰমে ৷ ইয়াৰ পাছতেই ই ডি আৰু চি বি আই দল উপস্থিত হৈছিল পি.চিদাম্বৰমৰ ঘৰত ৷

চি বি আই মুখ্যকাৰ্য্যালয়ত উপস্থিত হোৱাৰ পিছত স্বাস্থ্য পৰিক্ষা কৰোৱা হয় প্ৰাক্তন মন্ত্ৰী গৰাকীৰ ৷ ইফালে এই সম্পূৰ্ণ বিষয়ক লৈ মন্ত্ৰীগৰাকীৰ পুত্ৰ কাৰ্তি চিদাম্বৰমে এই সকলো বিজেপিৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰে ৷

Intro:Body:

P SIDAMBARAM ARREST

Conclusion:
Last Updated : Aug 21, 2019, 11:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.