ETV Bharat / bharat

মোডীৰ বৈদেশিক নীতিৰ যুদ্ধক্ষেত্ৰত খেজুৰজাতীয় তেল হৈ পৰিছে নতুন অস্ত্ৰ

মালয়েছিয়াৰ খেজুৰজাতীয় তেলৰ ক্ষেত্ৰত ইণ্ডোনেছিয়াৰ পাছতে বিশ্বৰ দ্বিতীয় বৃহৎ উৎপাদনকাৰী আৰু যোগানধাৰী দেশ। কিন্তু এতিয়া দেশখনে ভাৰতৰ পৰা কোটি কোটি টকাৰ ব্যৱসায় হেৰুৱাব। মালয়েছিয়া হ’ল ভাৰতবৰ্ষক সৰ্বাধিক পৰিমাণে সংশোধিত খেজুৰজাতীয় তেল আৰু পেলমোলিনৰ যোগান ধৰা দেশ ।

author img

By

Published : Jan 14, 2020, 12:53 PM IST

মোডীৰ বৈদেশিক নীতিৰ যুদ্ধক্ষেত্ৰত খেজুৰজাতীয় তেল হৈ পৰিছে নতুন অস্ত্ৰ
মোডীৰ বৈদেশিক নীতিৰ যুদ্ধক্ষেত্ৰত খেজুৰজাতীয় তেল হৈ পৰিছে নতুন অস্ত্ৰ

সংশোধিত খেজুৰজাতীয় তেল আৰু পেলমোলিনৰ আমদানিত নিষেধাজ্ঞাক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈদেশিক নীতিৰ নতুন অস্ত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰথমবাৰৰ বাবে নতুন দিল্লীয়ে বৈদেশিক নীতিৰ উদ্দেশ্যসমূহক সাৰ্থক কৰাৰ উদ্দেশ্যে বাণিজ্যিক পুৰস্কাৰ আৰু শাস্তিৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছে । জম্মু আৰু কাশ্মীৰৰ লগতে ভাৰতৰ নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে যে ডাঙৰ ক্ষতি বহন কৰিব লাগিব সেই বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ নিজস্ব শৈলীৰে মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী মহাথিৰ বিন মহম্মদলৈ প্ৰেৰণ কৰিছে। মালয়েছিয়াৰ খেজুৰজাতীয় তেলৰ ক্ষেত্ৰত ইণ্ডোনেছিয়াৰ পাছতে বিশ্বৰ দ্বিতীয় বৃহৎ উৎপাদনকাৰী আৰু যোগানধাৰী দেশ। কিন্তু এতিয়া দেশখনে ভাৰতৰ পৰা কোটি কোটি টকাৰ ব্যৱসায় হেৰুৱাব। মালয়েছিয়া হ’ল ভাৰতবৰ্ষক সৰ্বাধিক পৰিমাণে সংশোধিত খেজুৰজাতীয় তেল আৰু পেলমোলিনৰ যোগান ধৰা দেশ ।

Palm oil is new weapon on Modi’s foreign policy arsenal?
মালয়েছিয়াৰ ৰাষ্ট্ৰপতি মহাথিৰ মহম্মদ

মোদীৰ এই নতুন নীতিয়ে ইণ্ডোনেছিয়াক ভাৰতৰ শস্যৰ তেলৰ শোধনাগাৰসমূহক ক্ৰুড খেজুৰজাতীয় তেল যোগানকাৰী বৃহৎ দেশ হিচাপে প্ৰতিষ্ঠিত কৰাব। কিছু বছৰ পূৰ্বে ইণ্ডোনেছিয়াই ভাৰতৰ এই তেলৰ আমদানিৰ ক্ষেত্ৰখনৰ দুই-তৃতীয়াংশ দখল কৰি আছিল । এবছৰ পূৰ্বে সংশোধিত তেলৰ ক্ষেত্ৰত আৰোপ কৰা কম হাৰৰ কৰে মালয়ছিয়াক যথেষ্ট সহায় কৰিছিল । কিন্তু মালয়েছিয়াৰ স্থিতিৰ সলনি ইণ্ডোনেছিয়াত বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান লোক থকাৰ পাছতো দেশখনে নতুন দিল্লীৰ আভ্যন্তৰীণ নীতিবোৰৰ প্ৰতি অভিজ্ঞ আৰু সতৰ্ক দৃষ্টিভংগী গ্ৰহণ কৰিছে । আমোদজনকভাৱে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে নিৰ্দেশত মালয়েছিয়াৰ নাম উল্লেথ থাকিলেও নিষেধাজ্ঞা সম্পৰ্কে স্পষ্ট ইংগিত দিয়া হৈছে । কিয়নো সংশোধিত খেজুৰ জাতীয় তেলৰ আমদানিক মুক্তৰ পৰা সীমিত শাখালৈ সলনি কৰা বুলি উল্লেখ কৰা হৈছে । ইয়াৰ আগলৈকে ভাৰতে কোনোধৰণৰ নিৰ্দিষ্ট অনুজ্ঞাপত্ৰ অবিহনে মালয়েছিয়াৰ পৰা ‘Refined bleached deodarised palm oil’ আৰু ‘Palmolein’ আমদানিৰ অনুমতি প্ৰদান কৰিছিল ।

খেজুৰ গছৰ পৰা সংগ্ৰহ কৰা পূৰঠ খেজুৰ ফল

মহাথিৰক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসন্তুষ্ট কিয়?

শাসনভাৰ লোৱাৰে পৰা ৯৪ বছৰীয়া মালয়েছিয়াৰ ৰাষ্ট্ৰপতি মহাথিৰ মহম্মদে সমগ্ৰ বিশ্বৰ মুছলমানৰে কণ্ঠ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । বিগত বৰ্ষত মোদী চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰি জম্মু আৰু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ পাছত ভাৰতবৰ্ষই কাশ্মীৰ আক্ৰমণ আৰু দখল কৰা বুলি মহাথিৰে সমালোচনা কৰিছিল । মহাথিৰে নতুন সংশোধিত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসন্তুষ্টি প্ৰকাশ কৰাৰ পাছত মালয়েছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্যক ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তীব্ৰভাৱে প্ৰত্যুত্তৰ দিয়ে । তেতিয়াৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহাথিৰকলৈ লৈ অসন্তুষ্ট হৈ আছে । আনহাতে বিতৰ্কিত ইছলামিক ধৰ্ম গুৰু জাকিৰ নায়কক ভাৰতলৈ প্ৰত্যৰ্পণৰ ক্ষেত্ৰতো মালয়েছিয়াই অপাৰগতা প্ৰকাশ কৰে । মহাথিৰৰ আগৰ প্ৰধানমন্ত্ৰী নাজিব ৰাজাকৰ নেতৃত্বত মালয়ছিয়াই লুক ইষ্ট পলিচীৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা যথেষ্ট গুৰুত্ব লাভ কৰিছিল ।

মালয়েছিয়াৰ সু শৃংখলিত খেজুৰৰ বাগিছা

২০১৮ চনৰ মে’ মাহত পাকাতান হৰপান চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা এই সম্পৰ্ক তিতা হ’বলৈ আৰম্ভ কৰে। মালয়েছিয়াৰ বৈদেশিক নীতি সলনি কৰি ইয়াৰ স্থিতি শক্তিশালী কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি ১৫ বছৰৰ ব্যৱধানৰ পাছত মহাথিৰে ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰে। মুছলমান বিশ্বত আধিপত্য বিস্তাৰৰ তেওঁৰ আকাংক্ষাৰ বাবে পাকিস্তানৰ সৈতে মহাথিৰৰ ঘনিষ্ঠতা বৃদ্ধি পায়। ইয়াৰ ফলত নতুন দিল্লী মালয়েছিয়াক লৈ নাৰাজ হৈ পৰে। মালয়েছিয়াৰ খেজুৰ তেল উৎপাদনকাৰী সকলৰ ওপৰত পৰিব পৰা আৰ্থিক প্ৰভাৱৰ বাবে মোডীৰ হেঁচা প্ৰয়োগৰ কৌশলৰ ওপৰত মহাথিৰ নতশিৰ হ’বনে ? ইয়াৰ সম্ভাৱনা ক্ষীণ । কিয়নো ভাৰতৰ মুছলমানসকলৰ প্ৰতি মালয়েছিয়াৰ সমৰ্থনক মহাথিৰে নৈতিক দায়িত্ব হিচাপে চায় । কিন্তু যেতিয়া ইণ্ডোনেছিয়াই ইয়াৰ বিনিময়ত লাভ আদায় কৰিব তেতিয়া মালয়েছিয়াই অসহায়ভাৱে চাই থাকিব পাৰিবনে ? ব্যাপক হাৰত পৰিৱেশ ধ্বংস আৰু শ্ৰমিক আৰু মানৱাধিকাৰ ভংগ কৰাৰ বাবে পশ্চিমীয়া দেশসমূহৰ পৰা খেজুৰ তেলৰ বাণিজ্য বন্ধ কৰাৰ বাবে মহাথিৰে ইতিমধ্যে তীব্ৰ হেঁচাৰ সন্মুখীন হৈ আহিছে।

বিজ্ঞানসন্মত ভাৱে কৰা খেজুৰ গছৰ খেতি

আনহাতে মালয়েছিয়াৰ পৰা এই ধৰণৰ তেল আমদানিত নিষেধাজ্ঞাৰ ফলত ভাৰতত খোৱা তেলৰ দাম বৃদ্ধিৰ প্ৰভাৱকলৈ ভাৰত চৰকাৰ চিন্তিত নহয় । মালয়েছিয়াৰ পৰা সস্তাত তেল আমদানি কৰাৰ বাবে ভাৰতৰ তেল উৎপাদনকাৰীসকলৰ ব্যৱসায়ৰ অৱনতি হৈছিল বাবে এতিয়া এইসকল ভাৰতীয় ব্যৱসায়ীও আনন্দিত।

শেখৰ আয়াৰ

Intro:Body:

Palm oil is new weapon on Modi’s foreign policy arsenal?

মোডীৰ বৈদেশিক নীতিৰ যুদ্ধক্ষেত্ৰত খেজুৰ জাতীয় তেল হৈ পৰিছে নতুন অস্ত্ৰ

শেখৰ আয়াৰ

সংশোধিত খেজুৰজাতীয় তেল আৰু পেলমোলিনৰ আমদানিত নিষেধাজ্ঞাক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৈদেশিক নীতিৰ নতুন অস্ত্ৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে । প্ৰথমবাৰৰ বাবে নতুন দিল্লীয়ে বৈদেশিক নীতিৰ উদ্দেশ্যসমূহক সাৰ্থক কৰাৰ উদ্দেশ্যে বাণিজ্যক পুৰস্কাৰ আৰু শাস্তিৰ মাধ্যম হিচাপে গ্ৰহণ কৰিছে ।

জম্মু আৰু কাশ্মীৰৰ লগতে ভাৰতৰ নীতিৰ বিৰুদ্ধে মাত মতাৰ বাবে যে ডাঙৰ ক্ষতি বহন কৰিব লাগিব সেই বাৰ্তা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ নিজস্ব শৈলীৰে মালয়ছিয়াৰ প্ৰধানমন্ত্ৰী মহাথিৰ বিন মহম্মদলৈ প্ৰেৰণ কৰিছে । 

মালয়ছিয়া খেজুৰজাতীয় তেলৰ ক্ষেত্ৰত ইণ্ডোনেছিয়াৰ পাছতে বিশ্বৰ দ্বিতীয় বৃহৎ উৎপাদনকাৰী আৰু  যোগানধাৰী দেশ । কিন্তু এতিয়া দেশখনে ভাৰতৰ পৰা কোটি কোটি টকাৰ ব্যৱসায় হেৰুৱাব । মালেয়েছিয়া হ’ল ভৰতবৰ্ষক সৰ্বাধিক পৰিমাণে সংশোধিত খেজুৰজাতীয় তেল আৰু পেলমোলিনৰ যোগান ধৰা দেশ । 

মোদীৰ এই নতুন নীতিয়ে ইণ্ডোনেছিয়াক ভাৰতৰ শস্যৰ তেলৰ শোধনাগাৰসমূহক ক্ৰুড খেজুৰজাতীয় তেল যোগানকাৰী বৃহৎ দেশ হিচাপে প্ৰতিষ্ঠিত কৰাব । কিছু বছৰ পূৰ্বে ইণ্ডোনেছিয়াই ভাৰতৰ এই তেলৰ আমদানিৰ ক্ষেত্ৰখনৰ দুই-তৃতীয়াংশ দখল কৰি আছিল । এবছৰ পূৰ্বে সংশোধিত তেলৰ ক্ষেত্ৰত আৰোপ কৰা কম হাৰৰ কৰে মালয়ছিয়াক যথেষ্ট সাহয় কৰিছিল ।

কিন্তু মালয়ছিয়াৰ স্থিতিৰ সলনি ইণ্ডোনেছিয়াত বিশ্বৰ ভিতৰতে সৰ্বাধিক মুছলমান লোক থকাৰ পাছতো দেশখনে নতুন দিল্লীৰ আভ্যন্তৰীণ নীতিবোৰৰ প্ৰতি অভিজ্ঞ আৰু সতৰ্ক দৃষ্টিভংগী গ্ৰহণ কৰিছে ।  আমোদজনকভাৱে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰালয়ে নিৰ্দেশত মালয়ছিয়াৰ নাম উল্লেথ থাকিলেও নিষেধাজ্ঞা সম্পৰ্কে স্পষ্ট ইংগিত দিয়াহৈছে । কিয়নো সংশোদিত খেজুৰ জাতীয় তেলৰ আমদানিক মুক্তৰ পৰা সীমিত শাখালৈ সলনি কৰা বুলি উল্লেখ কৰা হৈছে । 

ইয়াৰ আগলৈকে ভাৰতে কোনোধৰণৰ নিৰ্দিষ্ট অনুজ্ঞাপত্ৰ অবিহনে মালয়ছিয়াৰ পৰা ‘Refined bleached deodarised palm oil’ আৰু ‘Palmolein’ আমদানিৰ অনুমতি প্ৰদান কৰিছিল । 

মহাথিৰকলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসন্তুষ্ট কিয়?

শাসনভাৰ লোৱাৰে পৰা ৯৪ বছৰীয়া মলয়ছিয়াৰ ৰাষ্ট্ৰপতি মহাথিৰ মহম্মদে সমগ্ৰ বিশ্বৰ মুছলমানৰে কণ্ঠ হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ চেষ্টা অব্যাহত ৰাখিছে । বিগত বৰ্ষত মোদী চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদ প্ৰত্যাহাৰ কৰি জম্ম আৰু কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মৰ্যাদা কৰ্তন কৰাৰ পাছত  ভাৰতবৰ্ষই কাশ্মীৰ আক্ৰমণ আৰু দখল কৰা বুলি মহাথিৰে সমালোচনা কৰিছিল । মহাথিৰে নতুন সংশোধিত নাগৰিকত্ব বিধেয়ক সন্দৰ্ভতো প্ৰশ্ন উত্থাপন কৰিছে । 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসন্তুষ্টি প্ৰকাশ কৰাৰ পাছত মালয়ছিয়াৰ প্ৰধানমন্ত্ৰীগৰাকীৰ মন্তব্যক ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে তীব্ৰতাৰে প্ৰত্যুত্তৰ দিয়ে । তেতিয়াৰে পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মহাথিৰকলৈ লৈ অসন্তুষ্ট হৈ আছে । আনহাতে বিতৰ্কত ইছলামিক ধৰ্ম গুৰু জাকিৰ নায়কক ভাৰতলৈ প্ৰত্যৰ্পণৰ ক্ষেত্ৰতো মালয়ছিয়াই অপাৰগতা প্ৰকাশ কৰে । 

মহাথিৰৰ আগৰ প্ৰধানম্ন্ত্ৰী নাজিব ৰাজাকৰ নেতৃত্বত মালয়ছিয়াই লুক ইষ্ট পলিচীৰ অধীনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা যথেষ্ট গুৰুত্ব লাভ কৰিছিল ।  কিন্তু ২০১৮ চনৰ মে’ মাহত পাকাতান হৰপান চৰকাৰ শাসনলৈ অহাৰ পাছৰে পৰা এই সম্পৰ্ক তিতা হ’বলৈ আৰম্ভ কৰে।  

মালয়ছিয়াৰ বৈদেশিক নীতি সলনি কৰি ইয়াৰ স্থিতি শক্তিশালী কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি ১৫ বছৰৰ ব্যৱধানৰ পাছত মহাথিৰে ক্ষমতালৈ প্ৰত্যাৱৰ্তন কৰে । মুছলমান বিশ্বত আধিপত্য বিস্তাৰৰ তেওঁৰ আকাংক্ষাৰ বাবে পাকিস্তানৰ সৈতে মহাথিৰৰ ঘনিষ্ঠতা বৃদ্ধি পায় । ইয়াৰ ফলত নতুন দিল্লী মালয়ছিয়াকলৈ নাৰাজ হৈ পৰে । 

মালয়ছিয়াৰ খেজুৰ তেল উৎপাদনকাৰীসকলৰ ওপৰত পৰিব পৰা আৰ্থিক প্ৰভাৱৰ বাবে মোডীৰ হেঁচা প্ৰয়োগৰ কৌশলৰ ওপৰত মহাথিৰ নতশিৰ হ’বনে?  ইয়াৰ সম্ভাৱনা ক্ষীণ । কিয়নো ভাৰতৰ মুছলমানসকলৰ প্ৰতি মালয়ছিয়াৰ সমৰ্থনক মহাথিৰে নৈতিক দায়িত্ব হিচাপে চায় । কিন্তু যেতিয়া ইণ্ডোনেছিয়াই ইয়াৰ বিনিময়ত লাভ আদায় কৰিব তেতিয়া মালয়ছিয়াই অসহায়ভাৱে চাই থাকিব পাৰিবনে?

ব্যাপক হাৰত পৰিৱেশ ধ্বংস আৰু শ্ৰমিক আৰু মানৱাধিকাৰ ভংগ কৰাৰ বাবে পশ্চিমীয়া দেশসমূহৰ পৰা খেজুৰ তেলৰ বামিজ্য বন্ধ কৰাৰ বাবে মহাথিৰে ইতিমধ্যে তীব্ৰ হেঁচাৰ সন্মুখীন হৈ আহিছে । আনহাতে মালয়ছিয়াৰ পৰা এই ধৰণৰ তেল আমদানিত নিষেধাজ্ঞাৰ ফলত ভাৰতত খোৱা তেলৰ দাম বৃদ্ধিৰ প্ৰভাৱকলৈ ভাৰত চৰকাৰ চিন্তিত নহয় । মালয়ছিয়াৰ পৰা সস্তাত তেল আমদানি কৰাৰ বাবে ভাৰতৰ তেল উৎপাদনকাৰীসকলৰ ব্যৱসায়ৰ অৱনতি হৈছিল বাবে এতিয়া এইসকল ভাৰতীয় ব্যৱসায়ীও আনন্দিত ।   

Palm oil is new weapon 

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.