ETV Bharat / bharat

জম্মু কাশ্মীৰৰ পুঞ্চত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন

author img

By

Published : Jul 23, 2020, 10:55 PM IST

জম্মু কাশ্মীৰৰ পুঞ্চ জিলাৰ কচৱা চেক্টৰত সৰু মাৰণাস্ত্ৰৰে গুলি বৰ্ষণ আৰু মৰ্টাৰ নিক্ষেপেৰে বৃহস্পতিবাৰে পাকিস্তানে উলংঘণ কৰিলে যুদ্ধ বিৰতি । অৱশ্যে ভাৰতীয় সেনাইও দিলে ইয়াৰ উচিত প্ৰত্যোত্তৰ ।

Pakistan violates ceasefire in Jammu and Kashmir's Poonch
জম্মু কাশ্মীৰৰ পুঞ্চত পাকিস্তানৰ যুদ্ধ বিৰতি উলংঘন

নিউজ ডেস্ক,২৩ জুলাই: ইয়াৰ পূৰ্বেও যোৱা ১৭ জুলাইত পাকিস্তানী সেনাই । দুয়োখন দেশৰ সীমান্তৰ নিয়ন্ত্ৰণ ৰেখা পাৰ হৈ আহি ভাৰতীয় নাগৰিকৰ বসতি অঞ্চলত গুলি বৰ্ষণ কৰি একেটা পৰিয়ালৰ তিনিজনকৈ সদস্যক হত্যা কৰিছিল । একে ধৰণেই ১৪জুলাইতো পাকিস্তানী সেনাই ৰাজৌৰি জিলাত এল অ চি অতিক্ৰম কৰি প্ৰচণ্ড গুলি বৰ্ষণ আৰু মৰ্টাৰ নিক্ষেপ কৰিছিল ।

আন এটা ঘটনাত খাৰি চেক্টৰত থকা এল অ চিৰ কাষৰ পৰাই পাকিস্তানী সেনাই কৰিছিল গুলি বৰ্ষণ। সীমান্তত বসবাস কৰা স্থানীয় লোকসকলে পাকিস্তানী সেনাই এইদৰে বাৰে বাৰে যুদ্ধ বিৰতি উলংঘন কৰা কাৰ্যৰ বিৰোধিতাৰে পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ কৰা পৰিলক্ষিত হৈছে ।

লগতে চাওকঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত হোজাইত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.