ETV Bharat / bharat

কুলভূষণ যাদৱক কনছুলাৰ প্ৰদানত সন্মতি পাকিস্তানৰ - পাকিস্তান বৈদেশিক মন্ত্ৰালয়

কুলভূষণ যাদৱ সন্দৰ্ভত ভাৰতৰ আগত গুৰুত্বপূৰ্ণ ঘোষণা পাকিস্তানৰ ৷ আন্তঃৰাষ্ট্ৰীয় আদালতত চলি থকা ভাৰতীয় নৌ-সেনা বিষয়াগৰাকীৰ গোচৰৰ শুনানিৰ বাবে শীঘ্ৰে দেশখনে প্ৰদান কৰিব এগৰাকী কনছুলাৰ ৷ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰৱীছ কুমাৰে প্ৰকাশ কৰিছে এই তথ্য ৷

কুলভূষণ যাদৱ
author img

By

Published : Aug 1, 2019, 6:47 PM IST

নিউজ ডেস্ক, 1 আগষ্টঃ আন্তঃৰাষ্ট্ৰীয় আদালতত চলি থকা ভাৰতীয় নৌ-সেনা বিষয়া কুলভূষণ যাদৱৰ গোচৰ সন্দৰ্ভত সদিচ্ছা প্ৰকাশ কৰিছে পাকিস্তানে ৷ ভাৰতৰ ফালৰ পৰা 18বাৰকৈ আন্তঃৰাষ্ট্ৰীয় আদালতত উত্থাপন কৰা অনুৰোধৰ পিচত শেহতীয়াকৈ পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে যাদৱক এগৰাকী কনছুলাৰ প্ৰদান কৰাত সন্মতি প্ৰদান কৰিছে ৷ এই সন্দৰ্ভত পাকিস্তান বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ডঃ মেহমুদ ফইজলে শুকুৰবাৰে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ সৈতে আলোচনাত মিলিত হোৱাৰ কথা প্ৰকাশ কৰিছে ৷

পাকিস্তান বৈদেশিক মন্ত্ৰালয়ৰ ঘোষণাৰ পিচতে ভাৰতীয় বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰৱীছ কুমাৰে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷ আন্তঃৰাষ্ট্ৰীয় আদালতৰ নিয়ম অনুসৰি ভাৰতে সমগ্ৰ বিষয়টো চোৱাচিতা কৰি আছে আৰু আমোলাতান্ত্ৰিক আলোচনাৰ মাধ্যমেৰে ভাৰতে এই বিষয়ে আগবাঢ়িব ৷

Intro:Days after International Court of Justice ruled in India's favour, Pakistan's Foreign Ministry spokesperson Dr. Mehmood Faisal confirmed saying that his country has offered India to provide consular access to Jadhav on Friday.

Body:Responding to Pakistan's offer, the Ministry of External Affairs said, 'we are evaluating their proposal according to the guidelines of ICJ judgment. We will maintain communications with Pakistan through diplomatic channels.'

Pakistan Foreign Ministry also stated saying that modalities between India and Pakistan are being discussed regarding the consular access.

Conclusion:On July 17, the International Court of Justice in its ruling directed Pakistan to suspend death sentence given to former Indian Navy officer Kulbhushan Jadhav by its military court and also provide consular access to him according to Vienna convention.

In the past, India has demanded consular access for Jadhav 18 times. And, every time Pakistani administration didn't pay any heed to it.
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.