ETV Bharat / bharat

পাকিস্তানৰ লিয়াকটপুৰত চলন্ত ৰেলত অগ্নিকাণ্ড - pakistan 65 killed 13 injured as fire engulfs express train in liaqatpur

পাকিস্তানৰ লিয়াকটপুৰত চলন্ত ৰেলত অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডটোৰ ফলত এইপৰ্যন্ত মৃত্যু হৈছে 65 গৰাকীকৈ যাত্ৰীৰ ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডটোৰ সূত্ৰপাতৰ কাৰণ ৷

পাকিস্তানৰ লিয়াকটপুৰত চলন্ত ৰেলত অগ্নিকাণ্ড
author img

By

Published : Oct 31, 2019, 12:44 PM IST

ইন্টাৰনেশ্যনেল ডেস্ক, 31 অক্টোবৰঃ পাকিস্তানৰ লিয়াকটপুৰত চলন্ত ৰেলত অগ্নিকাণ্ড ৷ কৰাচী-ৰাৱলপিণ্ডী অভিমুখী তেজগাম এক্সপ্ৰেছত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা ৷ অগ্নিকাণ্ডটোৰ ফলত এই পৰ্যন্ত মৃত্যু হৈছে 65 গৰাকীকৈ যাত্ৰীৰ ৷ ইয়াৰ বিপৰীতে গুৰুতৰভাৱে আহত হৈছে বহুকেইগৰাকী যাত্ৰী ৷ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডটোৰ সূত্ৰপাতৰ কাৰণ ৷

পাকিস্তানৰ লিয়াকটপুৰত চলন্ত ৰেলত অগ্নিকাণ্ড

লগতে পঢ়ক চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্মজয়ন্তীঃ সংহতি স্মাৰকত প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

ঘটনাস্থলীত উপস্থিত হয় প্ৰশাসন আৰু ৰেল বিভাগৰ লোক ৷ ৰেল বিভাগৰ লোকৰ তৎপৰতাত সম্প্ৰতি অব্যাহত আছে যাত্ৰীসকলৰ উদ্ধাৰ অভিযান ৷ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত অগ্নিকাণ্ডটোৰ সূত্ৰপাত হোৱাৰ সন্দেহ প্ৰকাশ একাংশ লোকৰ ৷

কাৰাছী-ৰাৱলপিণ্ডী অভিমুখী তেজগাম এক্সপ্ৰেছত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা
অগ্নিকাণ্ডটোত এইপৰ্যন্ত 65 গৰাকীকৈ যাত্ৰীৰ মৃত্যু
ইয়াৰ বিপৰীতে গুৰুতৰভাৱে আহত বহুকেইগৰাকী যাত্ৰী
ঘটনাস্থলীত উপস্থিত প্ৰশাসন আৰু ৰেল বিভাগৰ লোক
 যাত্ৰীসকলৰ উদ্ধাৰ বাবে অভিযান অব্যাহত
বৰ্তমানলৈকে জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ 

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.