ETV Bharat / bharat

OYOই গ্ৰাহকলৈ আগবঢ়ালে কম্লিমেণ্টেৰী বীমা - assam news

কম্লিমেণ্টেৰী বীমাৰ পেকেজ অনুসৰি অ'য় গ্ৰাহকক 10,00,000 টকাৰ বীমা প্ৰদান কৰা হ'ব ৷ ইয়াত দুৰ্ঘটনাত নিহত হোৱা সকলক 10 লাখ টকা, সামগ্ৰী হেৰালে 10,000 টকা, দুৰ্ঘটনাত আহত হ'লে 25,000 টকালৈকে সুবিধা দিব বুলি প্ৰকাশ কৰে

অ'য়ই গ্ৰাহকলৈ আগবঢ়ালে কম্লিমেণ্টেৰী বীমা
author img

By

Published : Aug 13, 2019, 7:17 AM IST

নিউজ ডেস্ক, 12 আগষ্টঃ অ'য় হোটেল এণ্ড হোমে গ্ৰাহকৰ বুকিং ৰাশিৰ ওপৰত 10,00,000 টকাৰ কম্লিমেণ্টেৰী বীমাৰ ঘোষণা কৰে ৷ য'ত দেশৰ থকা সকলো অ'য় সম্পত্তিত এই বীমা লাঘু হ'ব বুলি প্ৰকাশ কৰে কোম্পানীটোৱে ৷

তথ্য অনুসৰি, কম্লিমেণ্টেৰী বীমাৰ পেকেজ অনুসৰি অ'য় গ্ৰাহকক 10,00,000 টকাৰ বীমা প্ৰদান কৰা হ'ব ৷ ইয়াত দুৰ্ঘটনাত নিহত হোৱা সকলক 10 লাখ টকা, সামগ্ৰী হেৰালে 10,000 টকা, দুৰ্ঘটনাত আহত হ'লে 25,000 টকালৈকে সুবিধা দিব বুলি প্ৰকাশ কৰে ৷

অ'য় কয় যে, এই সুবিধা অ'য় হোটেল, অ'য় হোম, ওয়' টাউনহাউচ উপলব্ধ হ'ব ৷ অ'য় ৱেবচাইট, ম'ৱাইল ৱেবছাইটৰে বুকিং কৰিলে এই সুবিধা লাভ কৰিবলৈ পাব বুলি ঘোষণা কৰে কোম্পানীটোৱে ৷

Intro:Body:Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.