ETV Bharat / bharat

জম্বু-কাশ্মীৰত চলিত বৰ্ষত ৯৪ জন সন্ত্ৰাসবাদী নিহতঃ আই জি

মংগলবাৰে আই জি পুলিচ কমিচনাৰ বিজয় কুমাৰে জনাই যে,২০২০ চনত ৯৪ জন সন্ত্ৰাসবাদীক হত্যা কৰা হৈছিল । ৮ জুনত সন্ত্ৰাসবাদীয়ে অনন্তনাগত কংগ্ৰেছ নেতা অজয় পণ্ডিতাক হত্যা কৰিছিল । জানিব পৰা মতে, ইয়াৰ লগত হিজবুল মুজাহিদ্দিন নামৰ সন্ত্ৰাসবাদী সংগঠনটো জড়িত আছিল ।

over-90-terrorists-killed-in-jammu-and-kashmir

author img

By

Published : Jun 16, 2020, 4:16 PM IST

নিউজ ডেস্ক, ১৬ জুন : লক ডাউন অব্যাহত থকাৰ মাজতে মংগলবাৰে আই জি পুলিচ কমিচনাৰ বিজয় কুমাৰে জনাই যে, ২০২০ চনত জম্বু-কাশ্মীৰত ৯৪ জন সন্ত্ৰাসবাদীক হত্যা কৰা হৈছিল ।

over-90-terrorists-killed-in-jammu-and-kashmir
জম্বু-কাশ্মীৰত চলিত বৰ্ষত ৯৪ জন সন্ত্ৰাসবাদী নিহতঃ আই জি

সাংবাদিকক সম্বোধন কৰি বিষয়া গৰাকীয়ে জনাই যে,ইয়াৰে তিনিজন সন্ত্ৰাসবাদী আৰক্ষীৰ এনকাউন্টাৰত নিহত হৈছিল । ইয়াৰ লগতে তেওঁ আকৌ জনাই যে,আৰক্ষীৰ অপাৰেচনত নিহত হৈছিল সন্ত্ৰাসবাদী কেইজন । এই অপাৰেচনত বেলেগৰ একো ক্ষতি হোৱা নাছিল ।

১১ জুনত বিষয়া গৰাকীয়ে আকৌ জনাই যে,এই বিষয়ত বৰ্তমানেও তদন্ত চলি আছে । প্ৰয়োজনত আমি আকৌ অধিক লোকক গ্ৰেপ্তাৰ কৰিব পাৰো । প্ৰয়োজনত আমি বিষয়টো অন্যান্য ৰাজ্য আৰু এএন আই লৈ হস্তান্তৰিত কৰিব পাৰো ।

তেওঁ পুনৰ জনাই যে,৮ জুনত সন্ত্ৰাসবাদীয়ে অনন্তনাগত কংগ্ৰেছ নেতা অজয় পণ্ডিতাক হত্যা কৰিছিল । জানিব পৰা মতে, ইয়াৰ লগত হিজবুল মুজাহিদ্দিন নামৰ সন্ত্ৰাসবাদী সংগঠনটো জড়িত আছিল । উক্ত ঘটনাৰ লগত জড়িত এজন সন্ত্ৰাসবাদীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছো । গ্ৰেপ্তাৰ কৰা সন্ত্ৰাসবাদীজনক ইতিমধ্যে শ্ৰীনগৰলৈ লৈ অহা হৈছে আৰু সুৰক্ষা বেষ্টনীৰ মাজত ৰখা হৈছে ।

উল্লেখযোগ্য যে, দক্ষিণ কাশ্মীৰৰ অনন্তনাগৰ ৪০ বছৰীয়া কাশ্মীৰি পণ্ডিত অজয় পণ্ডিতাক সোমবাৰে গধুলি সন্ত্ৰাসবাদীয়ে গুলিয়াই হত্যা কৰিছিল ।

লগতে পঢ়ক : ২৪ ঘণ্টাৰ ভিতৰত দিল্লীৰ সকলো কোভিড-১৯ হাস্পতালত চিচি কেমেৰা সংস্থাপনৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.