ETV Bharat / bharat

এপ্ৰিলৰ পৰা বিদ্যালয়ত ৰাতিপুৱা পাঠদান আৰম্ভ কৰিবলৈ নিৰ্দেশনা ওড়িশা চৰকাৰৰ - ওড়িশ্যা শিক্ষা বিভাগ

গ্ৰীষ্মকালৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্যখনৰ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত

সৌজন্যঃ ANI
author img

By

Published : Mar 24, 2019, 5:35 PM IST

নিউজ ডেস্ক, 24 মাৰ্চঃ আহিবলগীয়া গ্ৰীষ্মকালৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশাচৰকাৰে ৰাজ্যখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ নিৰ্দেশনাটোত অহা এপ্ৰিল মাহৰ 2 তাৰিখৰ পৰা ৰাজ্যখনৰ সকলো বিদ্যালয়তে ৰাতিপুৱাৰ ভাগত শিক্ষাদান অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে ৷

ৰাজ্যখনৰ শিক্ষা বিভাগে জাৰী কৰিছে এই নিৰ্দেশনা ৷ নিৰ্দেশনাটোত ৰাতিপুৱা 6বাজি 30 মিনিটৰ পৰা 10 বাজি 30 মিনিটলৈ শ্ৰেণীকোঠাসমূহ আয়োজন কৰিবলৈ কোৱা হৈছে ৷ ৰাতিপুৱা 10 বজাত মধ্যাহ্ন ভোজন প্ৰদান কৰিবলৈয়ো নিৰ্দেশনাটোত কোৱা হৈছে ৷ সমান্তৰালকৈ মাৰ্চ মাহৰ 30 তাৰিখৰ ভিতৰত ৰাজ্যখনৰ বিদ্যালয়সমূহক বাকী থকা সকলো পৰীক্ষা অনুষ্ঠিত কৰিবলৈ জাননী জাৰী কৰিছে ৷ মে মাহৰ 6 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া গ্ৰীষ্ম বন্ধৰ আগে আগে ৰাজ্যখনৰ চৰকাৰে এইদৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

OdiOdisha School.jpgsha Govt directs schools to Conduct Morning Classes from April 2 

Odisha
Odisha Education
Morning Class
ওড়িশ্যা 
ওড়িশ্যা শিক্ষা বিভাগ 
ৰাতিপুৱা শ্ৰেণী 

এপ্ৰিলৰ পৰা বিদ্যালয়ত ৰাতিপুৱাৰ শ্ৰেণী অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা
 ওড়িশ্যা চৰকাৰৰ 

গ্ৰীষ্মকালৰ প্ৰতি লক্ষ্য ৰাখিয়ে ৰাজ্যখনৰ চৰকাৰে গ্ৰহণ কৰিছে এই সিদ্ধান্ত 

নিউজ ডেস্ক, 24 মাৰ্চঃ আহিবলগীয়া গ্ৰীষ্মকালৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশ্যা চৰকাৰে ৰাজ্যখনৰ সকলো চৰকাৰী আৰু বেচৰকাৰী বিদ্যালয়সমূহলৈ এক নিৰ্দেশনা প্ৰেৰণ কৰিছে ৷ নিৰ্দেশনাটোত অহা এপ্ৰিল মাহৰ 2 তাৰিখৰ পৰা ৰাজ্যখনৰ সকলো বিদ্যালয়তে ৰাতিপুৱাৰ  ভাগত শিক্ষাদান অনুষ্ঠিত কৰিবলৈ কোৱা হৈছে ৷ 

ৰাজ্যখনৰ শিক্ষা বিভাগে জাৰী কৰিছে এই নিৰ্দেশনা ৷ নিৰ্দেশনাটোত ৰাতিপুৱা 6বাজি 30 মিনিটৰ পৰা 10 বাজি 30 মিনিটলৈ শ্ৰেণীকোঠাসমূহ আয়োজন কৰিবলৈ কোৱা হৈছে ৷ ৰাতিপুৱা 10 বজাত মধ্যাহ্ন ভোজন প্ৰদান কৰিবলৈয়ো নিৰ্দেশনাটোত কোৱা হৈছে ৷ সমান্তৰালকৈ মাৰ্চ মাহৰ 30 তাৰিখৰ ভিতৰত ৰাজ্যখনৰ বিদ্যালয়সমূহক বাকী থকা সকলো পৰীক্ষা অনুষ্ঠিত কৰিবলৈ জাননী জাৰী কৰিছে ৷ মে মাহৰ 6 তাৰিখৰ পৰা আৰম্ভ হ'বলগীয়া গ্ৰীষ্ম বন্ধৰ আগে আগে ৰাজ্যখনৰ চৰকাৰে এইদৰে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.