ETV Bharat / bharat

#Unlock1: বহু ৰাজ্যত আৰম্ভ বাছ সেৱা - UPSRTC

উত্তৰ প্ৰদেশ,গুজৰাট,তামিলনাডু আদি বিভিন্ন ৰাজ্যৰ কিছু কিছু অঞ্চলত মুকলি কৰা হৈছে বাছ সেৱা। এই ক্ষেত্ৰত কৰ্তৃপক্ষ সমূহে সতৰ্কতা অৱলম্বনৰ লৈছে বিভিন্ন পদক্ষেপ ।

বহু ৰাজ্যত আৰম্ভ বাছ সেৱা
বহু ৰাজ্যত আৰম্ভ বাছ সেৱা
author img

By

Published : Jun 1, 2020, 9:26 PM IST

নিউজ ডেস্ক, 1 জুনঃ প্ৰায় আঢ়ৈ মাহ ধৰি বন্ধ হৈ আছিল সমগ্ৰ দেশৰে সাধাৰণ বাছ সেৱা । সোমবাৰৰ পৰা আৰম্ভ হোৱা পঞ্চম পৰ্যায়ৰ লক ডাউন অৰ্থাৎ #Unlock1ত দিয়া শিথিলতাৰ পাচত উত্তৰ প্ৰদেশ,গুজৰাট আৰু তামিলনাডুৰ ৰাজ্য চৰকাৰে নিজ নিজ পৰিবহণ ক্ষেত্ৰৰ অধীনত থকা বাছৰ চলাছল আৰম্ভ কৰে ।

উত্তৰ প্ৰদেশৰ UPSRTCৰ অধীনৰ বাছ সমূহ নিৰ্দিষ্ট কেতবোৰ বাছস্থানৰ পৰা সোমাবাৰে পুনৰ চলাচল কৰে । উত্তৰ প্ৰদেশৰ কাইছেৰবাগ,ছাৰবাগ আৰু অলম্বাগৰ পৰা বাছ সমূহৰ চলাচল আৰম্ভ হয় ।

সমূহ যাত্ৰীকে মাস্ক আৰু চেনিটাইজাৰ প্ৰদান কৰা হয় আৰু বাছত মাত্ৰ 50 শতাংশ যাত্ৰী কঢ়িয়াই নিছে ।

আনহাতে গুজৰাটৰ GSRTCৰ বাছ সেৱাও আজিৰ পৰা আৰম্ভ হয় । ইফালে তামিলনাডুৰ থিৰুবনন্তপুৰমৰ পৰা আন্তঃ ৰাজ্যিক বাছ সেৱা আৰম্ভ হয় আজিৰ পৰা । ইয়াৰ লগতে আহমেদাবাদৰ AMTSৰ অধীনৰ ছিটি বাছ সেৱাও আৰম্ভ কৰা হয় ।

লগতে পঢ়কঃ বিদ্যুৎ বিল ২০২০ প্ৰত্যাহাৰৰ দাবীৰে নামৰূপত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.