ETV Bharat / bharat

COVID-19 ৰ সৈতে যুঁজিবলৈ পৰ্যাপ্ত সামগ্ৰী আছে ভাৰত চৰকাৰ হাততঃ ডি ভি সদানন্দ গৌডা - ডি ভি সদানন্দ গৌডা

COVID-19 ৰ সৈতে যুঁজিবলৈ ভাৰত চৰকাৰে ৬২ লাইফলাইন বিমানেৰে ১৫.৪ টন স্বাস্থ্য খণ্ডৰ আৱশ্যকীয় সামগ্ৰী আমদানি কৰে ।

COVID-19
COVID-19 ৰ সৈতে যুঁজিবলৈ পৰ্যাপ্ত সামগ্ৰী আছে ভাৰত চৰকাৰ হাততঃ ডি ভি সদানন্দ গৌডা
author img

By

Published : Apr 4, 2020, 8:25 AM IST

নিউজ ডেস্ক, ৩ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে শুকুৰবাৰে কয় যে, COVID-19 প্ৰতিৰোধ কৰিব বাবে দেশত স্বাস্থ্য খণ্ডত কোনো ধৰণৰ ক্ৰতি নাই ।

কেন্দ্ৰীয় ৰসায়ন মন্ত্ৰী ডি ভি সদানন্দ গৌডাই এক টুইটাৰত প্ৰকাশ কৰে যে, COVID-19 ৰ সৈতে যুঁজিবলৈ ভাৰত চৰকাৰে ৬২ লাইফলাইন বিমানেৰে ১৫.৪ টন আৱশ্যকীয় স্বাস্থ্য খণ্ডৰ সামগ্ৰী আমদানি কৰে ।

চৰকাৰে ফাৰ্মাচি আৰু আৰু হাস্পতালৰ সামগ্ৰীৰ ওপৰতো গুৰুত্ব দি আহিছে ।

গৌডাই কয়, আৱশ্যকীয় স্বাস্থ্য খণ্ডৰ সামগ্ৰী বিতৰণৰ ওপৰত অধিক গুৰুত্ব আৰু সহযোগিতা সম্বন্ধীয় সমস্যা দূৰ কৰিবলৈ এটা কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰে ।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.