ETV Bharat / bharat

পেন্সন হ্ৰাসৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰে - পেন্সন হ্ৰাস

কেন্দ্ৰীয় কৰ্ম, লোক অভিযোগ আৰু পেন্সন মন্ত্ৰালয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে পেন্সনাৰসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে পেন্সন হ্ৰাস কৰাৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ।

No proposal for reduction of pensions, says Govt
পেন্সন হ্ৰাসৰ কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই চৰকাৰে
author img

By

Published : Apr 20, 2020, 2:40 PM IST

নিউজ ডেস্ক, ২০ এপ্ৰিলঃ কেন্দ্ৰীয় চৰকাৰে দেওবাৰে পেন্সনৰ ওপৰত লগাবগীয়া হ্ৰাসৰ সন্দৰ্ভত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি প্ৰকাশ কৰিছে । পেন্সনৰ পৰিমান হ্ৰাস কৰা সন্দৰ্ভত কোনোধৰণৰ উপদেশ লাভ কৰা নাই নাই মন্ত্ৰালয়ে । কেন্দ্ৰীয় কৰ্ম, লোক অভিযোগ আৰু পেন্সন মন্ত্ৰালয়ে কয় যে, কেন্দ্ৰীয় চৰকাৰে পেন্সনাৰসকলৰ সৰ্বাংগীন উন্নতিৰ বাবে পেন্সন হ্ৰাস কৰাৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই ।

পেন্সন হ্ৰাস কৰা সন্দৰ্ভত চলি থকা উৰাবাতৰিৰ সত্যতাক নাকচ কৰে মন্ত্ৰালয়ে । কেন্দ্ৰীয় পেন্সন আৰু পেন্সনাৰ বিকাশ বিভাগে এই সন্দৰ্ভত এক স্পষ্টীকৰণ জাৰী কৰি ইতিমধ্যে মন্ত্ৰালয়লৈ প্ৰেৰণ কৰি সমগ্ৰ বিষয়টো উৰাবাতৰি বুলি কোৱাৰ লগতে ইয়াৰ ওপৰত তদন্ত চলি আছে বুলি প্ৰকাশ কৰে ।

লগতে পঢ়কঃ ভাৰত-কাজাখাস্তানৰ বন্ধুত্বৰ এনাজৰী অধিক শক্তিশালী, ভাৰতক ধন্যবাদ জ্ঞাপন কাজাখাস্তানৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.