ETV Bharat / bharat

মুম্বাই উচ্চ ন্যায়ালয়ে খাৰিজ কৰিলে অৰ্ণৱ গোস্বামীৰ আবেদন

author img

By

Published : Jun 10, 2020, 12:02 AM IST

মুম্বাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল অৰ্ণৱ গোস্বামীৰ । ন্যায়ালয়ে খাৰিজ কৰিলে অৰ্ণৱ গোস্বামীৰ আবেদন  ৷

No exemption for Arnab Goswami, HC asks him to appear before police

নিউজ ডেস্ক, ৯ জুন : কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰ বিৰুদ্ধে বিতৰ্কিত মন্তব্য কৰা পাছত পাইধুনি আৰক্ষীয়ে সোধ পোছৰ বাবে আটক কৰে সাংবাদিকগৰাকীক । অৰ্ণৱ গোস্বামীয়ে এই ঘটনাৰ বিৰুদ্ধে মুম্বাই উচ্চ ন্যায়ালয়ত দাখিল কৰে এক জৰুৰী আবেদন ।

মুম্বাই উচ্চ ন্যায়ালয়ত আবেদন দাখিল অৰ্ণৱ গোস্বামীৰ

মুম্বাই উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ উজ্জল ভূঞা আৰু ৰিয়াজ ছাগলাৰ এখন বিচাৰপীঠে খাৰিজ কৰে সাংবাদিকগৰাকীৰ আবেদন । বিচাৰপীঠখনে সাংবাদিক অৰ্ণৱ গোস্বামীক ১০ জুনত এন এম জোশী মাৰ্গস্থিত আৰক্ষী থানাত পুনৰ হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে । আনহাতে ১২ জুনত পুনৰ গ্ৰহণ কৰা হ'ব আবেদনৰ শুনানি । এই সময়ছোৱাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিব সাংবাদিকগৰাকীক ।

লগতে পঢ়ক : পলাশবাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.