ETV Bharat / bharat

গণৰাজ্য দিৱসত ৱাঘা-আটাৰী সীমাত নহ'ব বিটিং ৰিট্ৰেট অনুষ্ঠান

author img

By

Published : Jan 18, 2021, 7:37 PM IST

সীমা সুৰক্ষা বাহিনীৰ এক বিশেষ সূত্ৰই জনোৱা অনুসৰি 1959 চনৰ পৰাই অনুষ্ঠিত হৈ অহা সীমা সুৰক্ষা বাহিনীৰ যুটীয়া পেৰেড অনুষ্ঠান এইবাৰ গণৰাজ্য দিৱসত মহামাৰী ক'ৰ'ণা ভাইৰাছৰ বাবে অনুষ্ঠিত নহ'ব ৷

গণৰাজ্য দিৱসত ৱাগা-আটাৰী সীমাত নহ'ব বিটিং ৰিট্ৰেট অনুষ্ঠান

নতুন দিল্লী, 18 জানুৱাৰী : মহামাৰী ক'ৰ'ণা ভাইৰাছৰ বাবে এইবাৰ গণৰাজ্য দিৱসত ৱাঘা-আটাৰী সীমাত নহ'ব বিটিং ৰিট্ৰেট অনুষ্ঠান ৷ সোমবাৰে সীমা সুৰক্ষা বাহিনীৰ এক বিশেষ সূত্ৰই এই তথ্য সদৰি কৰে ৷

প্ৰত্যেক বাৰৰ দৰে এইবাৰ ৱাগা-আটাৰী সীমাত নহ'ব সীমা সুৰক্ষা বাহিনীৰ যুটীয়া পেৰেড অনুষ্ঠান ৷ ৱাঘা-আটাৰী সীমাত 1959 চনৰ পৰাই অনুষ্ঠিত হৈ আহিছে বিটিং ৰিট্ৰেট অনুষ্ঠান ৷ কিন্তু যোৱা 6বছৰ ধৰি ভাৰত আৰু পাকিস্তানৰ নিৰাপত্তা সেনা বাহিনীয়ে সীমান্তত নিৰাপত্তা জনিত কিছু কাৰণত পতাকা উত্তোলন অনুষ্ঠান সাময়িক ভাৱে হ্ৰাস কৰি আহিছে ৷

লগতে পঢ়ক : বাৰ্ড ফ্লু'ৰ আতংক : নিষেধাজ্ঞাৰ পিচতো বংগৰ পৰা নিতৌ আমদানি ব্ৰইলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.