ETV Bharat / bharat

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেহত কোভিড 19

কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ সম্প্ৰতি সুস্থ ভাৱে থকা মন্ত্ৰীগৰাকীয়ে টুইটযোগে প্ৰকাশ কৰে এই কথা ৷

Nitin gadkari testes covid 19 positive etv bharat news
নীতিন গাডকাৰীৰ দেহত কোভিড 19
author img

By

Published : Sep 16, 2020, 10:31 PM IST

নিউজ ডেস্ক,16 ছেপ্তেম্বৰ: কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীৰ দেহত ধৰা পৰিছে কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে শাৰিৰীক অসুস্থতা অনুভৱ কৰাত ঘৰুৱা চিকিৎসকৰ পৰামৰ্শ অনুসাৰে স্বাস্থ্য পৰীক্ষা কৰাত শৰীৰত ধৰা পৰে মাৰাত্মক ভাইৰাছবিধৰ উপস্থিতি ৷ সম্প্ৰতি সুস্থ ভাৱে থকা মন্ত্ৰীগৰাকীয়ে টুইটযোগে প্ৰকাশ কৰে এই কথা ৷ লগতে মন্ত্ৰীগৰাকীৰ প্ৰত্যক্ষ সংস্পৰ্শলৈ অহা প্ৰতিগৰাকী ব্যক্তিকে স্বাস্থ্য পৰীক্ষা কৰিবলৈ অনুৰোধ জনাই গাডকাৰীয়ে ৷

  • Yesterday, I was feeling weak and consulted my Doctor. During the course of my check up, I have been tested COVID 19 positive. I am at present doing well with the blessings and good wishes of all. I have isolated myself.

    — Nitin Gadkari (@nitin_gadkari) September 16, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

লগতে চাওকঃ বোকাখাতৰ ৰজাবাৰীত শোকাৱহ পথ দুৰ্ঘটনাঃ থিতাতে নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.