ETV Bharat / bharat

বিভিন্ন ক্ষেত্ৰৰ স্বত্বাধিকাৰীৰে পৰামৰ্শ বৈঠক বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

শনিবাৰে বিত্ত মন্ত্ৰণালয়ে টুইটযোগে কয়, "কেন্দ্ৰীয় বিত্তমন্ত্ৰী @nsitharaman এ আজি নতুন দিল্লীত আগন্তুক 2021-22 বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন প্ৰকল্প, সেৱা আৰু ব্যৱসায়ৰ স্বত্বাধিকাৰীৰে বাজেটৰ পূৰ্বৰ এক পৰামৰ্শ বৈঠকত মিলিত হয় ৷"

author img

By

Published : Dec 19, 2020, 4:07 PM IST

as_ntl_nirmala-sitharaman-holds-pre-budget-consultations_img
প্ৰকল্প,সেৱা,ব্যৱসায়ৰ স্বত্বাধিকাৰীৰে পৰামৰ্শ বৈঠক বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ

নেশ্যনেল ডেস্ক,19 ডিচেম্বৰ: শনিবাৰে বিভিন্ন প্ৰকল্প, সেৱা আৰু ব্যৱসায়ৰ স্বত্বাধিকাৰীৰে বৈঠকত মিলিত হয় কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷ 2021-22 বৰ্ষৰ বাজেট অধিৱেশনৰ পূৰ্বে নৱম সংখ্যক বাজেটৰ পূৰ্বৰ পৰামৰ্শ বৈঠকত মিলিত হয় বিত্তমন্ত্ৰী গৰাকী ৷ এই বৈঠকত বিত্তমন্ত্ৰী গৰাকীৰ সৈতে উপস্থিত আছিল বিত্তীয় সচিব ড৹ এ বি পাণ্ডে, ব্যয় সচিব টি ভি সোমনাথন, ডি ই এৰ সচিব তৰুণ বজাজৰ লগতে মুখ্য অৰ্থনৈতিক উপদেষ্টা কে ভি সুব্ৰমণিয়ন ৷

  • Along with Finance Minister Smt. @nsitharaman , Finance Secretary Dr A.B. Pandey; Secretary, Expenditure, Shri T.V. Somanathan; Secretary, DEA, Shri Tarun Bajaj; CEA Shri @SubramanianKri besides other senior officials are also present in the meeting.(2/2)

    — Ministry of Finance (@FinMinIndia) December 19, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

বিত্তমন্ত্ৰণালয়ে টুইটযোগে কয় যে, "কেন্দ্ৰীয় বিত্তমন্ত্ৰী @nsitharaman এ আজি নতুন দিল্লীত আগন্তুক 2021-22 বাজেট অধিৱেশনৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন প্ৰকল্প, সেৱা আৰু ব্যৱসায়ৰ স্বত্বাধিকাৰীৰে বাজেটৰ পূৰ্বৰ এক পৰামৰ্শ বৈঠকত মিলিত হয় ৷"

ইয়াৰ পূৰ্বে হিতাধিকাৰী, সামাজিক ক্ষেত্ৰ আৰু শীৰ্ষ ব্যৱসায়ীৰে পৰামৰ্শ বৈঠকত মিলিত হৈছিল বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ৷

লগতে পঢ়ক-মমতা বেনাৰ্জীক ক্ষমা খুজিব জিতেন্দ্ৰ তিৱাৰীয়ে !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.