ETV Bharat / bharat

লণ্ডনত বৃহস্পতিবাৰে পুনৰ হাজিৰ কৰোৱা হ'ব নীৰৱ মোডীক

author img

By

Published : May 29, 2019, 11:30 PM IST

পাঞ্জাৱ নেশ্যনেল বেংকৰ ঋণ কেলেংকাৰীত অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোডীক বৃহস্পতিবাৰে হাজিৰ কৰোৱা হ'ব লণ্ডনৰ আদালতত ৷ অভিযুক্ত নীৰৱ মোডীক ভাৰতক প্ৰত্যাৰ্পন কৰা বিষয়টোক লৈ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰিব ৷

লণ্ডনত বৃহস্পতিবাৰে  পুনৰ হাজিৰ কৰোৱা হব নীৰৱ মোডীক

নিউজ ডেস্ক 29 মেঃ পাঞ্জাৱ নেশ্যনেল বেংকৰ ঋণ কেলেংকাৰীত অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোডীক বৃহস্পতিবাৰে হাজিৰ কৰোৱা হ'ব লণ্ডনৰ আদালতত ৷ অভিযুক্ত নীৰৱ মোডীক ভাৰতক প্ৰত্যাৰ্পন কৰা বিষয়টোক লৈ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰিব ৷

etv bharat assam
লণ্ডনত বৃহস্পতিবাৰে পুনৰ হাজিৰ কৰোৱা হব নীৰৱ মোডীক
চলিত মাহতেই ৱেষ্টমিনিষ্টাৰ মেজিষ্টেট আদালতে 48 বছৰীয়া নীৰৱ মোডীৰ জামিন আৱেদন খাৰিজ কৰিছিল ৷ ইয়াৰ পিচতেই মোডী লণ্ডনৰ দক্ষিণ-পশ্চিম ৱেণ্ডসবৰ্থ জেলত বন্দী হৈ আছে ৷

নিউজ ডেস্ক 29 মেঃ পাঞ্জাৱ নেচেনেল বেংকৰ ঋণ কেলেংকাৰীত অভিযুক্ত হীৰা ব্যৱসায়ী নীৰৱ মোডীক বৃহস্পতিবাৰে হাজিৰ কৰোৱা হব  লণ্ডনৰ আদালতত৷   অভিযুক্ত নীৰৱ মোডীক ভাৰতক প্ৰত্যাৰ্পন কৰা বিষয়টোক লৈ বৃহস্পতিবাৰে শুনানি গ্ৰহণ কৰিব৷

চলিত মাহতেই ৱেষ্টমিনিষ্টাৰ মেজিষ্টেট আদালতে 48 বছৰীয়া নীৰৱ মোডীৰ জামিন আৱেদন খাৰিজ কৰিছিল৷ ইয়াৰ পিচতেই মোডী লণ্ডনৰ দক্ষিণ-পশ্চিম ৱেণ্ডসবৰ্থ জেলত বন্দী হৈ আছে৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.