ETV Bharat / bharat

কোন কোন নেতাই পালে মন্ত্ৰিত্ব!

প্ৰকাশ পালে মোডীৰ দ্বিতীয় কাৰ্যকালৰ মন্ত্ৰীসভাৰ তালিকা । আজি ঘোষণা হ'ল মোডী নেতৃত্বাধীন এন ডি এ চৰকাৰখনৰ মন্ত্ৰীৰ তালিকা ৷

author img

By

Published : May 31, 2019, 1:51 PM IST

Updated : May 31, 2019, 5:06 PM IST

কোন কোন নেতাই পালে মন্ত্ৰীত্ব!
  • ৰাজনাথ সিঙ : প্ৰতিৰক্ষা মন্ত্ৰণালয়
  • অমিত শ্বাহ : গৃহ মন্ত্ৰণালয়
  • নীতিন গাডকাৰী : পথ পৰিবহণ, ঘাইপথ আৰু এমএচএমই মন্ত্ৰণালয়
  • ডি ভি সদানন্দ গৌড়া : খনি আৰু সাৰ মন্ত্ৰণালয়
  • নিৰ্মলা সীতাৰমণ : বিত্ত, বাণিজ্যিক পৰিক্ৰমা দপ্তৰ
  • ৰামবিলাস পাছোৱান : উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ
  • ৰবিশংকৰ প্ৰসাদ : আইন, যোগাযোগ মন্ত্ৰণালয়
  • থাৱৰ চান্দ গেহলট : সামাজিক ন্যায়
  • ড০ এছ জয়শংকৰক : বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়
  • অৰ্জুন মুণ্ডা : জনজাতি পৰিক্ৰমা বিভাগ
  • স্মৃতি ইৰাণী : মহিলা আৰু শিশু কল্যাণ মন্ত্ৰণালয়
  • নৰেন্দ্ৰ সিং টোমৰ : কৃষি আৰু কৃষক কল্যাণ, গ্ৰামীণ বিকাশ আৰু পঞ্চাতীৰাজ মন্ত্ৰণালয়

  • হৰছিমৰত কৌৰ বাদল : খাদ্য সংশাধন বিভাগ
  • থাৱৰ চান্দ গেহলট : সামাজিক ন্যায়
  • ৰমেশ পোখৰিয়াল নিশাংক : মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়

  • ড০ হৰ্ষবৰ্ধন : স্বাস্থ্য–পৰিয়াল কল্যাণ, বিজ্ঞান–প্ৰযুক্তি আৰু ভূ–বিজ্ঞান বিভাগ
  • প্ৰকাশ জাৱেদকাৰ : পৰিৱেশ, বন, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়
  • পীয়ুষ গোৱেল : ৰে’ল, বাণিজ্য আৰু উদ্যোগ মন্ত্ৰণালয়
  • ধৰ্মেন্দ্ৰ প্ৰধান : পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ
  • প্ৰহ্লাদ যোশী : সংসদীয় পৰিক্ৰমা, কয়লা আৰু খনি
  • মহেন্দ্ৰ নাথ পাণ্ডে : দক্ষতা বিকাশ আৰু উদ্যমিতা
  • মুখতাৰ আব্বাছ নাকভি : সংখ্যালঘু পৰিক্ৰমা দপ্তৰ

আনহাতে, কিৰেণ ৰিজিজুক দায়িত্ব দিয়া হৈছে ক্ৰীড়া আৰু ৰাজ্যিক যুৱ কল্যাণ স্বতন্ত্ৰ মন্ত্ৰী ।

New ministry of NDA govt

কোন কোন নেতাই পালে মন্ত্ৰীত্ব!
Last Updated : May 31, 2019, 5:06 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.