ETV Bharat / technology

উৎসৱৰ বতৰত 10,000 তকৈ কম মূল্যত ক্ৰয় কৰক এইকেইটা ফোন - Budget friendly smartphones

Best Smartphone Under 10000: দেশজুৰি আৰম্ভ হৈছে উৎসৱমুখৰ পৰিৱেশৰ আৰু যদি আপুনি 10 হাজাৰতকৈও কম মূল্যৰ স্মাৰ্টফোন কিনিব বিচাৰে তেন্তে এই প্ৰতিবেদন আপোনাৰ বাবে ---

author img

By ETV Bharat Tech Team

Published : 2 hours ago

Etv Bharat
উৎসৱৰ বতৰত 10,000 তকৈ কম মূল্যত ক্ৰয় কৰক এইকেইটা ফোন (iQOO, Motorola, Infinix)

নিউজ ডেস্ক, 6 অক্টোবৰ: যদি আপুনি এই উৎসৱৰ বতৰত বাজেট ফোন এটা কিনিব বিচাৰে আৰু দাম 10 হাজাৰতকৈ কম হোৱাটো বিচাৰে, তেন্তে বজাৰত উপলব্ধ বহুতো বিকল্প । এই বিকল্পসমূহৰ পৰা নিজৰ পছন্দৰ ফোনটো বাছনি কৰাটো যথেষ্ট কঠিন হ’ব পাৰে । আপোনাৰ এই সমস্যা সমাধানৰ বাবে আমি এই মূল্যত কিনিব পৰা শীৰ্ষ 5 টা স্মাৰ্টফোনৰ তালিকা প্ৰস্তুত কৰিছো । এই তালিকাত iQOO, Redmi আৰু Infinixৰ দৰে স্মাৰ্টফোন অন্তৰ্ভুক্ত কৰা হৈছে ।

iQOO Z9 Lite 5G

এই স্মাৰ্টফোনটোত 6.56 ইঞ্চি HD + ডিছপ্লে আছে যাৰ ৰিফ্ৰেছ ৰেট 90Hz আৰু শীৰ্ষ উজ্জ্বলতা 840 নিট । ফোনটো 6nm প্ৰক্ৰিয়াৰ ওপৰত ভিত্তি কৰি MediaTek Dimensity 6300 চিপছেট আৰু Mali G57 MC2 GPU ত চলিব । ইয়াত 6GB পৰ্যন্ত LPDDR4x ৰেম আৰু 128GB পৰ্যন্ত eMMC 5.1 ষ্ট’ৰেজ সমৰ্থিত । ইয়াৰ ষ্ট’ৰেজ microSD ৰ জৰিয়তে 1TB লৈকে সম্প্ৰসাৰিত কৰিব পাৰি ।

এই ফোনটো এণ্ড্ৰইড 14 ৰ ওপৰত ভিত্তি কৰি Funtouch OS 14 ত চলিব আৰু ইয়াৰ সৈতে কোম্পানীয়ে 2 বছৰৰ এণ্ড্ৰইড আপডেট আৰু 3 বছৰৰ ছিকিউৰিটি পেচ আগবঢ়াইছে । Z9 Lite 5G ত আছে কাষত মাউণ্ট কৰা ফিংগাৰপ্ৰিণ্ট স্ক্যানাৰ, 3.5mm হেডফোন জেক আৰু ধূলি আৰু পানী প্ৰতিৰোধৰ বাবে IP64 ৰেটিং । কেমেৰাৰ কথা ক’বলৈ গ’লে ইয়াত আছে 50 এমপি প্ৰাইমেৰী শ্বুটাৰ আৰু পিছফালে 2MP ডেপথ শ্বুটাৰ । চেলফি আৰু ভিডিঅ’ কলৰ বাবে সন্মুখত 8MP কেমেৰা আছে ।

Moto G45 5G

Moto G45 5G ত 6.45 ইঞ্চি HD+ ডিছপ্লে আছে যাৰ ৰিজ’লিউচন 1600 x 720 পিক্সেল আৰু ৰিফ্ৰেছ ৰেট 120Hz পৰ্যন্ত । ইয়াৰ সৰ্বোচ্চ উজ্জ্বলতা 500 নিট আৰু ইয়াক কৰ্নিং গৰিলা গ্লাছ 3 দ্বাৰা সুৰক্ষিত কৰা হৈছে । ডিভাইচটোৱে কোৱালকম স্নেপড্ৰেগন 6 S জেন 3 প্ৰচেছৰ লাভ কৰিছে, যিয়ে 6 NM প্ৰক্ৰিয়া ব্যৱহাৰ কৰে ।

ইয়াত গ্ৰাফিক ডিউটিৰ বাবে Adreno 619 GPU আছে । ই 8GB LPDDR4X ৰেম আৰু 128GB UFS 2.2 সংৰক্ষণ সমৰ্থন কৰে, যি এটা microSD কাৰ্ড স্লটৰ যোগেদি 1TB লৈকে সম্প্ৰসাৰিত কৰিব পাৰি । Moto G45 5G ত 5,000mAh বেটাৰী পেক কৰা হৈছে যিয়ে 18W ফাষ্ট চাৰ্জিং সমৰ্থন কৰে । ইয়াৰ সৈতে আছে এণ্ড্ৰইড 14 ।

Infinix Hot 50 5G

Infinix Hot 50 5G ত 6.7 ইঞ্চিৰ এইচডি+ এলচিডি ডিছপ্লে আছে যাৰ ৰিজ’লিউচন 1600 x720 পিক্সেল আৰু 120 হাৰ্টজ ৰিফ্ৰেছ ৰেট । ইয়াত MediaTek Dimensity 6300 প্ৰচেছৰ আছে, গ্ৰাফিক্সৰ কামসমূহ চম্ভালিবলৈ Mali G57 MC2 GPU ৰ সৈতে সংযোগ কৰা হৈছে । ইয়াত 8GB পৰ্যন্ত LPDDR4x ৰেম আৰু 128GB পৰ্যন্ত UFS 2.2 ইণ্টাৰনেল ষ্ট’ৰেজ আছে, যিটো microSD কাৰ্ডৰ জৰিয়তে 1TB লৈকে সম্প্ৰসাৰিত কৰিব পাৰি ।

এই ফোনত আছে 48MP Sony IMX582 প্ৰাইমেৰী চেন্সৰ আৰু ডুৱেল LED ফ্লেছৰ সৈতে এটা ডেপথ চেন্সৰ । চেলফি আৰু ভিডিঅ’ কলৰ বাবে উপলব্ধ 8MP আল্ট্ৰা ৱাইড এংগল কেমেৰা । Hot 50 5G ৰ বেটাৰী আছে 5,000mAh, যিয়ে 18W লৈকে দ্ৰুত চাৰ্জিং সমৰ্থন কৰে । ই XOS 14.5 ত চলিব, যিটো এণ্ড্ৰইড 14 অপাৰেটিং চিষ্টেমৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে । ধূলি আৰু পানীৰ সুৰক্ষাৰ বাবে ই IP54 ৰেটিং পায় ।

Realme C63 5G

Realme C63 ত 6.67 ইঞ্চি HD+ স্ক্ৰীণ (1604 x 720 পিক্সেল) আছে যাৰ ডাইনামিক ৰিফ্ৰেছ ৰেট 120Hz পৰ্যন্ত, টাচ চেম্পলিং ৰেট 240Hz, শীৰ্ষ উজ্জ্বলতা 625 নিটৰ । এই ফোনত অক্টা-কোৰ মিডিয়াটেক ডাইমেনচিটি 6300 6এনএম প্ৰচেছৰ ব্যৱহাৰ কৰা হৈছে আৰু গ্রাফিক্সৰ কাম চম্ভালিবলৈ আৰ্ম মালি-G57 এমচি2 জিপিইউৰ সৈতে সংযোগ কৰা হৈছে ।

Realme C63 ত 8GB পৰ্যন্ত LPDDR4x ৰেম আৰু 128GB পৰ্যন্ত UFS 2.2 ইণ্টাৰনেল ষ্ট’ৰেজ আছে, যিটো microSD কাৰ্ডৰ সহায়ত 2TB লৈকে সম্প্ৰসাৰিত কৰিব পাৰি । Realme C63 ত 5000mAh (সাধাৰণ) বেটাৰী পোৱা যায়, যিয়ে 10W দ্ৰুত চাৰ্জ সমৰ্থন কৰে । ই এণ্ড্ৰইড 14 ত Realme UI 5.0 ৰ সৈতে চলিব আৰু চীনৰ স্মাৰ্টফোন নিৰ্মাতা কোম্পানীটোৱে 2 বছৰৰ বাবে অ’ এছ আপডেট প্ৰদান কৰাৰ দাবী কৰিছে ।

Redmi 13C 5G

Redmi 13C ত 6.74 ইঞ্চি HD+ ডিছপ্লে আছে যাৰ ৰিজ’লিউচন 600 x 720 পিক্সেল আৰু ৰিফ্ৰেছ ৰেট 90Hz আৰু শীৰ্ষ উজ্জ্বলতা 450 নিট । স্মাৰ্টফোনটোত অক্টা-কোৰ মিডিয়াটেক হেলিঅ’ G85 প্ৰচেছৰ আছে, যাক মালি-জি57 এমপি2 জিপিইউৰ সৈতে যোৰ কৰি গ্রাফিক্সৰ প্ৰয়োজনীয়তাসমূহ পূৰাব পাৰি ।

এই বাজেট স্মাৰ্টফোনটোত 8GB পৰ্যন্ত ৰেমৰ লগতে 8GB ভাৰ্চুৱেল ৰেম আৰু 256 GB পৰ্যন্ত ইউএফএছ 2.2 ইণ্টাৰনেল ষ্ট’ৰেজ আছে, যিটো মাইক্ৰ’-এছডি কাৰ্ডৰ সহায়ত 1 TBলৈকে সম্প্ৰসাৰিত কৰিব পাৰি । Redmi 13C ত ট্ৰিপল কেমেৰা ছেটআপ আছে, য’ত আছে 50MP প্ৰাইমেৰী চেন্সৰ, 2MP মেক্ৰ’ লেন্স আৰু তৃতীয় 2MP লেন্স । স্মাৰ্টফোনটোত আছে 5MP ৰ ফ্ৰন্ট ফেচিং কেমেৰা ।

লগতে পঢ়ক: উৎসৱৰ বতৰত দাম কমিল Vivo Y28s 5G স্মাৰ্টফোনৰ - Vivo Y28s 5G Price in India

এণ্ড্ৰ’ইড ফোনতেই লাভ কৰক iPhone সদৃশ বুটাম - LAVA Agni 3 launched in India

ছ’নী কেমেৰাৰ সৈতে বজাৰত মুকলি Vivo V40e - Vivo V40e Launched in India

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.