ETV Bharat / bharat

‘‘অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰা আমাৰ কৰ্তব্য’’ প্ৰতিবাদৰ নামত জেএনইউৰ ছাত্ৰৰ মন্তব্য

‘‘অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰা আমাৰ কৰ্তব্য’’ জেএনইউৰ ছাত্ৰৰ শাৰজিল ইমামৰ ছ’চিয়েল মিডিয়াত ভাইৰেল বিদ্বেষমূলক ভাষণ ৷

New Delhi Shahin Bagh Incident, viral controversial video
‘‘অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰাৰ আমাৰ কৰ্তব্য’’ প্ৰতিবাদৰ নামত জেএনইউৰ ছাত্ৰৰ মন্তব্য
author img

By

Published : Jan 25, 2020, 8:33 PM IST

নিউজ ডেস্ক, 25 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন (কা) আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ সমগ্ৰ দেশতে বিৰোধ প্ৰদৰ্শনৰ মাজতেই ভাইৰেল হৈছে এটা বিদ্বেষমূলক ভাষণ ৷ এই বিদ্বেষমূলক ভাষণ দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্ৰ শাৰজিল ইমামে প্ৰদান কৰে ৷

এই ভিডিঅ’ত ইমামে কৈ আছে- আমি অনা মুছলিম ধৰ্মৰ লোকক কওঁ যদি হে সহানুভূতিশীল হয় তেন্তে আমাৰ চৰ্তখিনিৰ সৈতে থিয় হওক যদি নহয় তেন্তে আমি সহানুভূতিশীল বুলি বিবেচিত নকৰো ৷ মই বিহাৰত প্ৰত্যক্ষ কৰিছো, বিহাৰত বহু ৰেলী হৈছে ৷ প্ৰত্যেক দিনাই এটা-দুটাকৈ বৃহৎ ৰেলী হৈছে ৷ আমি কানহায়া কুমাৰৰ ৰেলীটোও চাব পাৰো য’ত 5 লাখ লোক সমৱেত হৈছে ৷ যদিহে আমাৰ তাত পাঁচ লাখ সু-সজ্জিত লোক হয় তেন্তে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ পৰা সম্পূৰ্ণ ৰূপে বিচ্ছিন্ন কৰিব পাৰিম ৷ সম্পূৰ্ণ ৰূপে নোৱাৰিলেও কমেও এমাহৰ বাবে হ'লেও বিচ্ছিন্ন কৰিব পাৰিম ৷ অসমক বিচ্ছিন্ন কৰা আমাৰ কৰ্তব্য ৷ অসম আৰু ভাৰতৰ মাজত বিচ্চিন্ন হ'লেহে এওঁলোকে আমাৰ কথা শুনিব ৷

  • दोस्तों शाहीन बाग़ की असलियत देखें:
    १)असम को इंडिया से काट कर अलग करना हमारी ज़िम्मेदारी
    २)”Chicken Neck” मुसलमानो का है
    ३)इतना मवाद डालो पटरी पे की इंडिया की फ़ौज Assam जा ना सके
    ४)सारे ग़ैर मुसलमानो को मुसलमानों के शर्त पर ही आना होगा
    If this is not ANTI NATIONAL then what is? pic.twitter.com/kgxl3GLwx1

    — Sambit Patra (@sambitswaraj) January 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

অৱশ্যে এই ভিডিঅ’টো বৰ্তমানলৈকে কোন ঠাইৰ জানিব পৰা হোৱা নাই ৷ কিন্তু বিজেপিৰ সম্ভিত পাত্ৰাই শাৰজিল ইমামৰ ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰি কয়, বন্ধু সকল শ্বাহীন বাগৰ আচল চৰিত্ৰ চাওক, লগতে প্ৰশ্ন উত্থাপন কৰি কয়, এইয়া ৰাষ্ট্ৰদ্ৰোহ নহয় নেকি ?

সম্ভিত পাত্ৰাই এক সংবাদমেল আয়োজন কৰিও কয়, শ্বাহীন বাঘৰ ষড়যন্ত্ৰ গোটেই বিশ্বৰ আগত প্ৰকাশ পাইছে ৷ শ্বাহীন বাগক তৌহিন বাঘ হে কোৱা উচিত বুলি উল্লেখ কৰে পাত্ৰাই ৷

  • I am aghast at this brazen attempt by this person to create unrest in the country. He is seen inciting people and talking about his strategy to cut off Assam & North East from rest of India. We have taken cognisance and pursuing the matter to book this person as per law. pic.twitter.com/2Aju1G92KW

    — Himanta Biswa Sarma (@himantabiswa) January 25, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

ইপিনে এই সন্দৰ্ভত অসমৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ য’ত অসম চৰকাৰে এই বিষয়ে ফৌজদাৰী গোচৰ তৰিব বুলি কয় মন্ত্ৰীগৰাকীয়ে ৷

হিমন্তবিশ্বৰ প্ৰতিক্ৰিয়া

Intro:Body:

New Delhi Shahin Bagh Incident

Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.