ETV Bharat / bharat

সীমা সুৰক্ষা বাহিনীত পুনৰ কভিড-19ত আক্ৰান্ত 30 গৰাকী জোৱান - কেইগৰাকীক চিকিৎসালয়ত ভৰ্তী প্ৰশাসনৰ ৷

সীমা সুৰক্ষা বাহিনীত পুনৰ 30 গৰাকী জোৱান কভিড-19 ত আক্ৰান্ত হৈছে ৷ বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিলে সীমা সুৰক্ষা বাহিনীয়ে ৷ আক্ৰান্ত ৰোগী কেইগৰাকীক চিকিৎসালয়ত ভৰ্তী প্ৰশাসনৰ ৷

New cases of COVID-19 Positive BSF personnel
সীমা সুৰক্ষা বাহিনীত পুনৰ কভিড-19ত আক্ৰান্ত 30 গৰাকী জোৱান
author img

By

Published : May 8, 2020, 6:48 PM IST

নিউজ ডেস্ক, 8 মে' : নতুনকৈ সীমা সুৰক্ষা বাহিনীৰ 30 গৰাকী জোৱান কভিড-19 ত আক্ৰান্ত হৈছে ৷ বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এই তথ্য প্ৰকাশ কৰিলে সীমা সুৰক্ষা বাহিনীয়ে ৷ দিল্লী আৰু ত্ৰিপুৰাৰ বিভিন্ন স্থানত আক্ৰান্ত হোৱা ৰোগী সকলক বৰ্তমান দিল্লীৰ এইমছ আৰু আগৰতলাৰ জি বি পইন্ট চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৷

New cases of COVID-19 Positive BSF personnel
সীমা সুৰক্ষা বাহিনীত পুনৰ কভিড-19ত আক্ৰান্ত 30 গৰাকী জোৱান

আনহাতে, আক্ৰান্ত হোৱা ৰোগী সকলৰ কৰ্মস্থলীত বৰ্তমান প্ৰশাসনৰ তৎপৰতা বৃদ্ধি পোৱা পৰলক্ষিত হৈছে ৷ সকলো ব্যক্তিৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে সকলো অঞ্চল চেনিটাইজেছন কৰা হৈছে ৷

লগতে পঢ়ক : 31 আগষ্টৰ ভিতৰত বাবৰি মছজিদ ধ্বংস ঘটনাৰ শুনানি গ্ৰহণৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.