ETV Bharat / bharat

সীমান্তত নেপালৰ হেলিপেড নিৰ্মাণ, সষ্টম হৈছে ভাৰতীয় সেনা - গণ্ডক নদী

ইণ্ডো-নেপাল সীমান্তত নেপালৰ সীমাৰ ভিতৰত নেপাল চৰকাৰৰ দ্বাৰা তিনিখনকৈ হেলিপেডৰ নিৰ্মাণকাৰ্য চলাই থকা হৈছে ৷ গণ্ডক নদীৰ পাৰৰ পৰা ডেৰ কিল'মিটাৰ দূৰৈত এই নিৰ্মাণকাৰ্য দ্ৰুত গতিত চলি আছে ৷

Nepal constructs four helipads in disputed area of Susta
সীমান্তত নেপালৰ হেলিপেড নিৰ্মাণ, সষ্টম হৈছে ভাৰতীয় সেনা
author img

By

Published : Aug 6, 2020, 3:13 PM IST

নিউজ ডেস্ক, 6 আগষ্ট : ইণ্ডো-নেপাল সীমান্তত নেপালৰ সীমাৰ ভিতৰত নেপাল চৰকাৰৰ দ্বাৰা তিনিখনকৈ হেলিপেডৰ নিৰ্মাণকাৰ্য চলাই থকা হৈছে ৷

nepal-constructs-four-helipads-in-disputed-area-of-susta
সীমান্তত নেপালৰ হেলিপেড নিৰ্মাণ, সষ্টম হৈছে ভাৰতীয় সেনা

গণ্ডক নদীৰ পাৰৰ পৰা ডেৰ কিল'মিটাৰ দূৰৈত এই নিৰ্মাণকাৰ্য দ্ৰুত গতিত চলি আছে ৷ ইয়াৰ বাবে ভাৰতীয় সীমান্তত নিয়োজিত হৈ থকা এছ এছ বিৰ বিষয়া সকলে বিষয়টোক গুৰুত্ব সহকাৰে লৈ নেপালৰ উক্ত সীমাৱৰ্তী অঞ্চলত সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলাৰ লগতে উৰ্ধতম কতৃপক্ষক এই সন্দৰ্ভৱত অৱগত কৰে ৷

উল্লেখ যে, নিৰ্মাণ হৈ থকা হেলিপেডৰ দুখনকৈ হেলিপেড বাল্মিকীনগৰ সমীপত আৰু আনখন উত্তৰ প্ৰদেশৰ সীমাৱৰ্তী অঞ্চলত নিৰ্মাণ হৈ আছে ৷ আনহাতে তৃতীয়টো হেলিপেড উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জ জিলাৰ সীমাৰ পৰা আঠ-দহ কিল'মিটাৰ দূৰৈত নেপাল সেনা কেম্পৰ নব্লপৰাসী জিলাৰ ওজ্জেনত নিৰ্মাণ কৰি থকা হৈছে ৷

লগতে পঢ়ক : বিকাশ ডুবে ঘটনাৰ প্ৰতিবেদন দাখিলৰ সময়সীমা অতিৰিক্ত চাৰি সপ্তাহলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.