নিউজ ডেস্ক, 16 মে': দেশত লোকসভা নিৰ্বাচন চলি থকাৰ সময়তে কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ সংবাদ মেল ৷ বিহাৰৰ পাটনাত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতা গৰকীয়ে কয়, "আমি ইতিমধ্যে আমাৰ মত স্পষ্ট কৰি দিছো ৷ যদি কংগ্ৰেছৰ পক্ষত সকলো থাকে তেতিয়া হ'লে কংগ্ৰেছেই চৰকাৰ গঠন কৰিব ৷ প্ৰথম অৱস্থাৰ পৰাই আমাৰ উদ্দেশ্য আছিল এনডিএ চৰকাৰ নিৰ্মূল কৰা ৷" লগতে নেতা গৰাকীয়ে উল্লেখ কৰে যে, কেন্দ্ৰত বিজেপি তথা এন ডি এ মিত্ৰজোঁটে গঠন কৰিব নোৱাৰে চৰকাৰ ৷
কেন্দ্ৰত চৰকাৰ গঠন কৰিব নোৱাৰে বিজেপিয়েঃ গোলাম নবী আজাদ
বিহাৰৰ পাটনাত সংবাদমেল সম্বোধন কৰি কংগ্ৰেছী নেতা গৰকীয়ে কয়, ‘আমি ইতিমধ্যে আমাৰ মত স্পষ্ট কৰি দিছো’
গুলাম নবী আজাদ সংবাদমেল
নিউজ ডেস্ক, 16 মে': দেশত লোকসভা নিৰ্বাচন চলি থকাৰ সময়তে কংগ্ৰেছ নেতা গোলাম নবী আজাদৰ সংবাদ মেল ৷ বিহাৰৰ পাটনাত এক সংবাদমেল সম্বোধন কৰি কংগ্ৰেছ নেতা গৰকীয়ে কয়, "আমি ইতিমধ্যে আমাৰ মত স্পষ্ট কৰি দিছো ৷ যদি কংগ্ৰেছৰ পক্ষত সকলো থাকে তেতিয়া হ'লে কংগ্ৰেছেই চৰকাৰ গঠন কৰিব ৷ প্ৰথম অৱস্থাৰ পৰাই আমাৰ উদ্দেশ্য আছিল এনডিএ চৰকাৰ নিৰ্মূল কৰা ৷" লগতে নেতা গৰাকীয়ে উল্লেখ কৰে যে, কেন্দ্ৰত বিজেপি তথা এন ডি এ মিত্ৰজোঁটে গঠন কৰিব নোৱাৰে চৰকাৰ ৷
Patna (Bihar), May 16 (ANI): Amid the Lok Sabha elections, Congress leader Ghulam Nabi Azad held a press conference in Bihar's capital Patna. In the conference, Azad said, "We have already made our stand clear. If a consensus is made in the favour of Congress, then party will take the leadership but our aim has always been that NDA government shouldn't come. We will go with the unanimous decision. We are not going to make an issue that we (Congress) will not let anyone else become the PM, if it is not offered to us (Congress)."