ETV Bharat / bharat

গড়চিৰৌলীত 36 খনকৈ বাহনত মাওবাদীৰ অগ্নিসংযোগ - ইটিভি ভাৰত

প্ৰায় 150 জনীয় অস্ত্ৰ-সস্ত্ৰৰে সজ্জিত মাওবাদীৰ দলটোৱে মঙলবাৰে নিশা কোম্পানীটোৰ কাৰ্যালয়ত থকা যন্ত্ৰ-পাতি আৰু বাহনত অগ্নিসংযোগ কৰে ৷ বাহনত অগ্নিসংযোগ কৰাৰ উপৰিও চৰকাৰৰ বিৰুদ্ধে বেনাৰ লিখি কাৰ্যালয়টোক আঁৰি থৈ যায় মাওবাদীৰ দলটোৱে ৷

NAXAL SET FIRE ON 36 VEHICLE
author img

By

Published : May 1, 2019, 10:26 AM IST

মহাৰাষ্ট্ৰ , 1 মে : সমগ্ৰ ৰাজ্য মহাৰাষ্ট্ৰ দিৱসৰ উৎসাহত ডুব গৈ থাকোতেই মহাৰাষ্ট্ৰৰ দাদাপুৰত মাওবাদীৰ সন্ত্ৰাস ৷ মঙলবাৰে নিশা 36 খনকৈ বাহনত অগ্নিসংযোগ ৷

মহাৰাষ্ট্ৰৰ 36 খনকৈ বাহনত মাওবাদীৰ অগ্নিসংযোগ

ঘটনা অনুসৰি 136 নং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰি থকা অমৰ ইনফাষ্ট্ৰাকচাৰ লিমিটেড কোম্পানীৰ 36 খনকৈ বাহনত অগ্নিসংযোগ কৰে মাওবাদীয়ে ৷ গড়চিৰৌলীৰ কুৰখেড়াৰ দাদাপুৰত থকা কোম্পানীটোৰ কাৰ্যালয়ত ৰাখি থোৱা হৈছিল বহুতো বাহন ৷ প্ৰায় 150 জনীয় অস্ত্ৰ-সস্ত্ৰৰে সজ্জিত মাওবাদীৰ দলটোৱে মঙলবাৰে নিশা কোম্পানীটোৰ কাৰ্যালয়ত থকা যন্ত্ৰ-পাতি আৰু বাহনত অগ্নিসংযোগ কৰে ৷ বাহনত অগ্নিসংযোগ কৰাৰ উপৰিও চৰকাৰৰ বিৰুদ্ধে বেনাৰ লিখি কাৰ্যালয়টোক আঁৰি থৈ যায় মাওবাদীৰ দলটোৱে ৷

কোম্পানীটোৰ দুখন জেচিবি , ডিজেল আৰু গেচ'লিন টেংকাৰ ,জেনেৰেটৰ , অন্যান্য সামগ্ৰীৰ লগতে 36 খনকৈ বাহন মাওবাদীয়ে লগোৱা জুইত জাহ যায় ৷ প্ৰাৰম্ভিক পৰ্যায়ত এই ঘটনাত প্ৰায় দহৰ পৰা পোন্ধৰকোটি টকাৰ সম্পত্তিৰ লোকচান হোৱা বুলি অনুমান কৰা হৈছে ৷

Intro:Body:

गडचिरोलीत राष्ट्रीय महामार्गाच्या कामावरील  36 वाहनांची नक्षलवाद्यांकडून जाळपोळ

गडचिरोली : राज्यभर महाराष्ट्र दिन साजरा होत असताना मंगळवारी रात्री सशस्त्र नक्षल्यांनी रस्त्याच्या कामावरील तब्बल ३६ वाहने जाळल्याची घटना कुरखेडा तालुक्यातील दादापूर येथे घडली. या घटनेत 10 ते 15 करोड रुपयांचे नुकसान झाल्याचा प्राथमिक अंदाज आहे.

पुराडा-मालेवाडा-येरकड या राष्ट्रीय महामार्ग क्रमांक १३६ चे काम सुरु आहे. हे काम दुर्ग येथील अमर इन्फ्रास्ट्रक्चर लिमिटेड कंपनीद्वारे करण्यात येत आहे. या कंपनीचा दादापूर येथे गावाशेजारीच डांबर प्लांट असून, दोन कार्यालयेही आहेत. तेथे अनेक वाहने उभी होती. मंगळवारी रात्री दीडशेहून अधिक सशस्त्र नक्षली दादापूर येथे गेले. त्यांनी संपूर्ण गावभर शासनाविरोधात मजकूर लिहिलेले बॅनर लावले आणि नंतर वाहने व अन्य यंत्रसामग्रीला आग लावली.

या आगीत 2 जेसीबी, ११ टिप्पर, डांबर पसरविणारी मशिन, डिझेल व पेट्रोल टँकर, मोठे रोलर अशी तब्बल ३६ वाहने, मोठे जनरेटर व दोन कार्यालये जळाली. या घटनेमुळे परिसरात दहशत निर्माण झाली आहे.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.