ETV Bharat / bharat

প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সোঁৱৰণত নিৰ্মাণ হ'ব মিউজিয়াম - ETV BHARAT

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ সন্মানাৰ্থে বনোৱা হ'ব সংগ্ৰহালয় । বুধবাৰে এই ঘোষণা কৰে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ।

প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সোৱঁৰণত তৈয়াৰ কৰা হ'ব মিউজিয়াম
author img

By

Published : Jul 25, 2019, 3:08 PM IST

দিল্লী,২৪ জুলাই: দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ সন্মানাৰ্থে সংগ্ৰহালয় তৈয়াৰ কৰাৰ কথা ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ এক পুথি উন্মোচন সভাত অংশগ্ৰহণ কৰি এই ঘোষণা কৰে মোডীয়ে । প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ জীৱনৰ নানা দিশৰ বিষয়ে জনাবৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ জনোৱা হয় ৷

মোডীয়ে কয় যে, 'প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ জীৱনৰ বিভিন্ন দিশৰ বিষয়ে জানিবৰ বাবে তেওঁৰ পৰিয়ালৰ লোকে আমন্ত্ৰণ জনায় মোক।' এই অনুষ্ঠানত উপস্থিত থাকে আই কে গুজৰাল,চৰণ সিং,দেৱগৌড়া আৰু মনমোহন সিঙৰ পৰিয়ালবৰ্গও ।

ইয়াৰ পূৰ্বে দিল্লীৰ তিনমূৰ্তি ভৱন কমপ্লেক্সত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ সংগ্ৰহালয় নিৰ্মাণ কৰাৰ কথা জনায় জৱাহৰলাল নেহেৰু মেম'ৰিয়েলৰ তৰফৰ পৰা । তিনিমূৰ্তি ভৱন আছিল দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ চৰকাৰী আৱাস । তেওঁৰ স্মৃতিত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত স্বশাসিত সংস্থা হিচাপে স্থাপন কৰা হয় এই মেম'ৰিয়েলটো ।

Museum for all former prime minister at Delhi soon, said Modi

https://www.etvbharat.com/bengali/west-bengal/bharat/bharat-news/museum-for-all-former-prime-ministers-at-delhi-soon/wb20190724190716478

প্ৰাক্তন প্ৰধানমন্ত্ৰীৰ সোৱঁৰণত তৈয়াৰ কৰা হ'ব মিউজিয়াম

ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ সন্মানাৰ্থে বনোৱা হ'ব সংগ্ৰাহলয়। বুধবাৰে এই ঘোষণা কৰে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

দিল্লী,২৪ জুলাই: দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ সন্মানাৰ্থে সংগ্ৰাহলয় তৈয়াৰ কৰাৰ কথা ঘোষণা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰী চন্দ্ৰ শেখৰৰ এক পুথি উন্মোচন সভাত অংশগ্ৰহণ কৰি এই ঘোষণা কৰে মোডীয়ে। প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ জীৱনৰ নানা দিশৰ বিষয়ে জনাবৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী মোডীক আমন্ত্ৰণ জনোৱা হয়৷

মোডীয়ে কয় যে, 'প্ৰাক্তন প্ৰধানমন্ত্ৰী গৰাকীৰ জীৱনৰ বিভিন্ন দিশৰ বিষয়ে জানিবৰ বাবে তেওঁৰ পৰিয়ালৰ লোকে আমন্ত্ৰণ জনায় মোক।' এই অনুষ্ঠানত উপস্থিত থাকে আই কে গুজৰাল,চৰণ সিং,দেৱগৌড়া আৰু মনমোহন সিঙৰ পৰিয়ালবৰ্গও।

ইয়াৰ পূৰ্বে দিল্লীৰ তিনমূৰ্তি ভৱন কমপ্লেক্সত দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীসকলৰ সংগ্ৰাহলয় নিৰ্মাণ কৰাৰ কথা জনায় জৱাহৰলাল নেহেৰু মেম'ৰিয়েলৰ তৰফৰ পৰা। তিনিমূৰ্তি ভৱন আছিল দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহেৰুৰ চৰকাৰী আৱাস। তেওঁৰ স্মৃতিত কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ অধীনত স্বশাসিত সংস্থা হিচাপে স্থাপন কৰা হয় এই মেম'ৰিয়েলটো।

Image, ETV
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.