নিউজ ডেস্ক, 8 জুলাইঃ দুগৰাকী মুম্বাই আৰক্ষীৰ কনিষ্টবলৰ সহযোগত দুৰ্ঘটনাগ্ৰস্ত 5 গৰাকী COVID ৰোগীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয় । এই ক্ষেত্ৰত মহাৰাষ্ট্ৰৰ গৃহমন্ত্ৰী অনিল দেশমুখে কনিষ্টবল দুগৰাকীৰ কাৰ্যক প্ৰশংসা আগবঢ়াইছে ।
উল্লেখ্য যে, সোমবাৰে মহাৰাষ্ট্ৰত কোভিড ৰোগী কঢ়িয়াই নিয়া এখন এম্বুলেঞ্চ দুৰ্ঘটনাগ্ৰস্ত হয় । তাত অতি কমেও 12 জন কোভিড ৰোগী আছিল । কোভিড কেন্দ্ৰলৈ গৈ থকা অৱস্থাত সংঘটিত হৈছিল এই দুৰ্ঘটনা । দুৰ্ঘটনাগ্ৰস্ত ৰোগী সকলক উদ্ধাৰৰ বাবে আগবাঢ়ি আহিছিল কনিষ্টবল দুজন ।
-
ASI Abdul Sheikh and Police shipai Akshay Ingwale of @PuneCityPolice rushed five #covid19 patients, who were injured in an accident to the hospital without worrying about their lives. Their resilience and presence of mind is commendable. pic.twitter.com/I8j1utFiZ4
— ANIL DESHMUKH (@AnilDeshmukhNCP) July 8, 2020 " class="align-text-top noRightClick twitterSection" data="
">ASI Abdul Sheikh and Police shipai Akshay Ingwale of @PuneCityPolice rushed five #covid19 patients, who were injured in an accident to the hospital without worrying about their lives. Their resilience and presence of mind is commendable. pic.twitter.com/I8j1utFiZ4
— ANIL DESHMUKH (@AnilDeshmukhNCP) July 8, 2020ASI Abdul Sheikh and Police shipai Akshay Ingwale of @PuneCityPolice rushed five #covid19 patients, who were injured in an accident to the hospital without worrying about their lives. Their resilience and presence of mind is commendable. pic.twitter.com/I8j1utFiZ4
— ANIL DESHMUKH (@AnilDeshmukhNCP) July 8, 2020
মহাৰাষ্ট্ৰত বৰ্তমানলৈ ভাৰতৰ সৰ্বাধিক লোক আক্ৰান্ত হৈছে । মুঠ 2,11,987 গৰাকী লোক আক্ৰান্ত হৈছে ৰাজ্যখনত । মৃত্যু হৈছে 9,026 গৰাকী লোকৰ ।
লগতে পঢ়ক : পশু খাদ্যৰ কেলেংকাৰী সন্দৰ্ভত ফকিৰগঞ্জ আৰক্ষী থানাত গোচৰ ৰুজু