ETV Bharat / bharat

কাশ্মীৰবিহীন ভাৰতৰ মানচিত্ৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰি ৰাইজৰ ৰোষত বিধায়িকা - কাশ্মীৰ বিহীন এখন ভাৰতীয় মানচিত্ৰ

স্বাধীনতা দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ সময়ত কাশ্মীৰ বিহীন মানচিত্ৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰি ৰাইজৰ ৰোষত পৰিল, কেৰালাৰ অৰোৰ বিধায়িকা চেনিমল ওছমান ৷ বিধায়িকা গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু আৰক্ষী থানাত ৷

কেৰালা
কাশ্মীৰবিহীন ভাৰতৰ মানচিত্ৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰি ৰাইজৰ ৰোষত বিধায়িকা
author img

By

Published : Aug 17, 2020, 9:58 AM IST

নিউজ ডেস্ক, 17 আগষ্টঃ দেওবাৰে কেৰালাৰ অৰোৰ বিধায়িকাৰ বিৰুদ্ধে আৰক্ষীক গোচৰ ৰুজু ৷ দেশবাসীলৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ সময়ত, কাশ্মীৰ বিহীন এখন ভাৰতীয় মানচিত্ৰ ছ'চিয়েল মিডিয়াত পোষ্ট কৰাৰ বাবে কেৰালাৰ চেনিমল ওছমান নামৰ বিধায়িকা গৰাকীৰ বিৰুদ্ধে ৰুজু কৰে গোচৰ ৷

চিপিআই (এম) আৰোৰ ইউনিটে ৰুজু কৰে এই গোচৰ ৷ আনহাতে, ঘটনা সন্দৰ্ভত জিলা আৰক্ষী প্ৰধান পি.এছ সাবুয়ে কয় যে, আৰোৰ বিধায়িকা চেনিমল ওছমানৰ বিৰুদ্ধে আমি গোচৰ লাভ কৰিছো আৰু ঘটনা সন্দৰ্ভত ইতিমধ্যে আমি তদন্ত আৰম্ভ কৰিছো ৷ আৰোৰ ইউনিটে দাখিল কৰা অভিযোগ অনুসৰি, বিধায়িকা ওছমানে কাশ্মীৰক মানচিত্ৰ বহিৰ্ভূত কৰি সংবিধানৰ শপত উলংঘা কৰিছে ৷

আনহাতে, বিধায়িকা গৰাকীয়ে ভূল বশতঃ কাশ্মীৰৰ মানচিত্ৰ নহোৱাকৈ পোষ্ট হৈছে বুলি সদৰি কৰাৰ লগতে, তেখেতৰ এই ভুলৰ বাবে দুখিতঃ বুলিও মত প্ৰকাশ কৰে ৷

আৰু পঢ়কঃ বিষ্ণুৰ অৱতাৰ সকলোৰে বাবে কিন্তু বিজেপিয়ে ভগৱানক নিজৰ বুলিহে ভাৱেঃ অখিলেশ যাদৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.