ETV Bharat / bharat

মিৰ্জাপুৰ-2ত প্ৰতিবন্ধকতা লগাবলৈ দাবী সাংসদ অনুপ্ৰিয়া পেটেলৰ

author img

By

Published : Oct 25, 2020, 10:24 PM IST

আমাজন প্ৰাইমত প্ৰচাৰিত ৱেব চিৰিজ মিৰ্জাপুৰ-2ক লৈ সৰৱ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ "অপনা দল" দলৰ সাংসদ অনুপ্ৰিয়া পেটেল ৷ ৱেব চিৰিজখনত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ দাবী জনাইছে সাংসদ গৰাকীয়ে ৷

মিৰ্জাপুৰ-2
মিৰ্জাপুৰ-2

চিটাৰা ডেস্ক, 25 অক্টোবৰ: উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাৰ "অপনা দল"ৰ সাংসদ অনুপ্ৰিয়া পেটেলে ৱেব চিৰিজ মিৰ্জাপুৰ-2 ত প্ৰতিবন্ধকতা আৰোপ কৰিবলৈ দাবী জনাইছে ৷ তেওঁ উল্লেখ কৰা অনুসৰি ৱেব চিৰিজখনে সৃষ্টি কৰিছে জাতীয় ভেদভাৱৰ ৷ সাংসদ গৰাকীৰ অভিযোগ, ৱেব চিৰিজখনত মিৰ্জাপুৰক এক "হিংস্ৰ" অঞ্চল হিচাপে উপস্থাপন কৰা হৈছে ৷ আমাজন প্ৰাইমত প্ৰচাৰিত হৈ আছে এই বিতৰ্কিত ৱেব চিৰিজখন ৷

তেওঁ সাংবাদিকৰে হোৱা বাৰ্তালাপত কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত বৰ্তমান মিৰ্জাপুৰ এক সম্প্ৰীতিৰ কেন্দ্ৰ ৷ সমগ্ৰ বিষয় সন্দৰ্ভত তদন্ত হ'ব লাগে আৰু ঠাইখনত প্ৰতিচ্ছবি বিৰূপভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰত দায়ী লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷

পৰিয়াল, ৰাজনীতি আৰু নিৰ্বাচনত হোৱা সংঘৰ্ষৰ এক হিংসাত্মক কাহিনী মিৰ্জাপুৰ-2, য'ত শ্বেতা ত্ৰিপাঠী শৰ্মা, পংকজ ত্ৰিপাঠী, আলী ফাজাল আৰু দিব্যেন্দু শৰ্মাই মুখ্য চৰিত্ৰ সমূহত অভিনয় কৰিছে ৷

লগতে পঢ়ক: #BoycottMirzapur2 ট্ৰেণ্ড সন্দৰ্ভত মুন্না ত্ৰিপাঠী ওৰফে দিব্যেন্দু শৰ্মাৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.