ETV Bharat / bharat

উত্তৰ প্ৰদেশত 13 বছৰীয়া কিশোৰীক বলাৎকাৰৰ অপচেষ্টা

নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকী বৃহস্পতিবাৰে নিশা ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি দুই যুৱকে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ পোহৰলৈ আহিছে ৷

Minor gangraped in Uttar Pradesh's Jalaun
উত্তৰ প্ৰদেশত 13 বছৰীয়া কিশোৰীক বলাৎকাৰৰ অপচেষ্টা
author img

By

Published : Oct 24, 2020, 4:56 PM IST

নিউজ ডেস্ক, 24 অক্টোবৰ : উত্তৰ প্ৰদেশৰ জালাওন জিলাৰ কুথোণ্ড থানাৰ অন্তৰ্গত এখন গাঁৱত দুজন যুৱকে এগৰাকী ১৩ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে ৷ শনিবাৰে আৰক্ষীয়ে সদৰি কৰিছে এই কথা ৷

আৰক্ষীয়ে সদৰি কৰা তথ্য অনুসৰি, নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰীগৰাকী বৃহস্পতিবাৰে নিশা ঘৰত অকলে থকাৰ সুযোগ গ্ৰহণ কৰি দুই যুৱকে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ পোৱা গৈছে ৷

দুই যুৱকে কিশোৰীগৰাকীক যৌন নিৰ্যাতনৰ চেষ্টা কৰাত চিঞৰ বাখৰ কৰে আৰু কিশোৰীগৰাকীৰ চিঞৰত ওচৰ চুবুৰীয়া ৰাইজ ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীক উদ্ধাৰ কৰাৰ লগতে এটা অভিযুক্তক আটক কৰি আৰক্ষীক গতাই দিয়ে ৷ আনহাতে এটা অভিযুক্তই ঘটনাস্থলীৰ পৰা পলাই যাবলৈ সক্ষম হয় যদিও শুকুৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক: বিজেপি শাসন ওফৰাই গঠন কৰিব মিত্ৰজোঁটৰ চৰকাৰ: ৰকিবুল হুছেইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.