ETV Bharat / bharat

ভয়ানকঃ মেঘালয়ত ডাইনী সন্দেহত জীৱিত অৱস্থাত পুতিলে বৃদ্ধক

আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিছে যে,মৰিচৰ বিৰুদ্ধে বিগত কেইবামাহ ধৰি বেমাৰ হৈ থকা ভতিজাকৰ ওপৰত তন্ত্ৰ মন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত গাঁৱত জীৱিত পুতি থোৱা হয় ৷

Meghalaya:Octogenarian buried alive for 'practising witchcraft', 8 held
মেঘালয়ত ডাইনী সন্দেহত জীৱিত অৱস্থাত পুতিলে বৃদ্ধক
author img

By

Published : Oct 14, 2020, 12:32 PM IST

নিউজ ডেস্ক, 14 অক্টোবৰ : মেঘালয়ৰ পশ্চিম খাচী পাহাৰত সংঘটিত হৈছে এক হৃদয় বিদাৰক ঘটনা ৷ এজন 80 বছৰীয়া ব্যক্তিক ডাইনী সন্দেহত পৰিয়ালৰ লোকে জীৱিত অৱস্থাত পুতি পেলায় ৷ মঙলবাৰে এই কথা সদৰি কৰিছে আৰক্ষীয়ে ৷

মৃত লোকজন মৰিচ মাৰ্নগৰ বুলি চিনাক্ত কৰা হৈছে ৷ আৰক্ষীয়ে লোকজনৰ মৃতদেহ পাঁচ ফুট দ‘ গাঁতৰ পৰা উদ্ধাৰ কৰিছে ৷ আৰক্ষীৰ মতে,মৃতদেহটোৰ অংগ সমূহ বান্ধি থোৱা অৱস্থাত আছে তথা মৃতদেহটো উদ্ধাৰৰ সময়ত মুখমণ্ডল কাপোৰৰে ঢাকি থোৱা আছিল ৷

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এক গোচৰ ৰুজু কৰি প্ৰাথমিক তদন্ত অব্যাহত ৰাখিছে ৷ আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিছে যে,মৰিচৰ বিৰুদ্ধে বিগত কেই মাহ ধৰি বেমাৰ হৈ থকা ভতিজাকৰ ওপৰত তন্ত্ৰ মন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ পাছত গাঁৱত জীৱিত পুতি থোৱা হয় ৷

লগতে পঢ়ক: SI কাণ্ড : নলবাৰীত চন্দ্ৰমোহন পাটোৱাৰীৰ ঘনিষ্ঠ ব্যক্তি আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.