ETV Bharat / bharat

দাবী পূৰণৰ বাবে ত্ৰিপুৰাত CPIM ৰ প্ৰতিবাদ

author img

By

Published : Oct 18, 2020, 9:10 AM IST

ত্ৰিপুৰাত CPIM ৰ প্ৰতিবাদ ৷ বিভিন্ন দাবী পূৰণৰ বাবে এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ উপস্থিত কেইবা শতাধিক লোক ৷

Massive Protest By CPIM At Tripura
দাবী পূৰণৰ বাবে ত্ৰিপুৰাত CPIM ৰ প্ৰতিবাদ

কৰিমগঞ্জ, 18 অক্টোবৰ : চিপিআইএম দলৰ প্ৰতিবাদ কঁপাই দিয়ে ত্ৰিপুৰা ৰাজ্যৰ কদমতলা সমষ্টি । পাঁচ শতাধিক লোকৰ উপস্থিত এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷

ত্ৰিপুৰাৰ চিপিআইএম দলৰ 100 বছৰ উপলক্ষে আৰু 6 নং দফা দাবীৰে এই প্ৰতিবাদ সাব্যস্ত কৰে চিপিআইএম, ডিওয়াইএফ আই, খেতমজুৰ আৰু কৃষক সভা ইউনিয়নৰ কৰ্মী সকলে । প্ৰতিবাদকাৰীসকলে কদমতলাৰ বিজেপিৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি কদমতলা খণ্ড উন্নয়ন কাৰ্যালয়ত প্ৰতিবাদ সমাপ্ত কৰে ।

উক্ত প্ৰতিবাদত অংশগ্ৰহণ কৰে কুৰ্তী কদমতলা বিধানসভা সমষ্টিৰ বিধায়ক ইছলাম উদ্দীন আৰু জিলা সম্পাদক অমিতাভ দত্ত আৰু ডিওয়াইএফআই কমিটীৰ সদস্য জহৰুল হকে ।

অভিযোগ অনুসৰি, ৰাজ্যৰ শাসক দল বিজেপি বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়ে যে, কদমতলা বিএড কলেজ স্থাপন কৰিব কিন্তু বৰ্তমানলৈ কলেজ স্থাপন নকৰাৰ লগতে শ্ৰমিকৰ দৈনিক মজুৰি 340 টকা বৃদ্ধি কৰিবলৈ দাবী জনাই প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক : শিল্পীসকলৰ সাংস্কৃতিক অনুষ্ঠান খোলা দিয়াৰ দাবী শিল্পী মানস ৰবীনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.