ETV Bharat / bharat

কলকাতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

কলকাতাৰ পাটলি চহৰৰ এটা কাৰখানাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ দুপৰীয়া ২:৩০ বজাত এই ঘটনাটো সংঘটিত হৈছিল ৷ ঘটনাৰ সময়ত প্ৰায় সংখ্যক শ্ৰমিক অট্টালিকাটোৰ ভিতৰতে আছিল বুলি প্ৰকাশ পাইছে ৷

author img

By

Published : Oct 31, 2020, 6:37 PM IST

কলকাতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড
কলকাতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক, 31 অক্টোবৰ : শনিবাৰে কলকাতাৰ পাটলি চহৰৰ এটা কাৰখানাত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে ৷ বৰ্তমানলৈ এই অগ্নিকাণ্ডটোত কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই বুলি জানিব পৰা গৈছে ৷

কলকাতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড
কলকাতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

প্ৰাপ্ত তথ্য মতে,দুপৰীয়া ২:৩০ বজাত এই ঘটনাটো সংঘটিত হৈছিল ৷ ঘটনাৰ সময়ত প্ৰায় সংখ্যক শ্ৰমিক অট্টালিকাটোৰ ভিতৰতে আছিল বুলি প্ৰকাশ পাইছে ৷ ইতিমধ্যে ঘটনাস্থলীত চাৰিখন অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

কলকাতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড
কলকাতাৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড

বৰ্তমানলৈ এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ জানিব পৰা হোৱা নাই ৷

লগতে পঢ়ক: বাক্সাত বিপিএফ আৰু ইউপিপিএলৰ সদস্যৰ সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.